অৰুণাচলৰ পৰা যোৰহাটত উপস্থিত প্রধানমন্ত্ৰী

অৰুণাচলৰ পৰা যোৰহাটত উপস্থিত প্রধানমন্ত্ৰী। হোলোঙাপাৰাত মোদীৰ হেলিকপ্টাৰ অৱতৰণ। লাচিত মৈদামত প্রধানমন্ত্ৰীৰ প্ৰথমটো কাৰ্যসূচী। প্ৰধানমন্ত্ৰীয়ে উন্মোচন কৰিব লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আতচবাজী ব্যৱহাৰক লৈ উচ্চতম ন্যায়ালয়ৰ ডাঙৰ সিদ্ধান্ত; নিৰ্দিষ্ট সময়তহে ব্যৱহাৰ কৰিব পাৰিব আতচবাজী

আতচবাজীৰ ওপৰত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ নকৰে উচ্চতম ন্যায়ালয়ে। অৱশ্যে...

২৩ বছৰৰ পাছত ইৰাক এৰিলে আমেৰিকান সেনাই; নিৰাপত্তাক লৈ সৃষ্টি হৈছে নতুন শংকা

২৩ বছৰৰ পাছত ইৰাকৰ পৰা সম্পূৰ্ণৰূপে আমেৰিকান সেনা প্ৰত্যাহাৰ...

ফ্লাইডুবাই নামৰ যাত্ৰীবাহী বিমানত পাইলটৰ মাজত মাৰপিট, ছৌদি আৰৱত জৰুৰী অৱতৰণ

ফ্লাইডুবাই FZ1073 বিমানখনত সংঘটিত হোৱা ভয়ংকৰ ঘটনাক লৈ চাঞ্চল্যকৰ...