গ্ৰাহকক মাধমাৰ! চাৰিদিনত তৃতীয়বাৰ বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ দাম

চাৰিদিনত তৃতীয়বাৰ বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ দাম। ৮০ পইচাকৈ বৃদ্ধি পেট্ৰ’ল-ডিজেলৰ দাম। গুৱাহাটীত প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম ৯৭.২৩ টকা। গুৱাহাটীত প্ৰতিলিটাৰ ডিজেলৰ দাম ৮৩.৩৬ টকা। দিল্লীতো ৮০ পইচাকৈ বাঢ়িল দাম। দিল্লীত লিটাৰত পেট্ৰ’লৰ দাম ৯৭.৮১ টকা আৰু ডিজেলৰ দাম ৮৯.০৭ টকা। মুম্বাইত প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম বাঢ়িল ৮৪ পইচা, ডিজেলত ৮৫ পইচাকৈ বৃদ্ধি। মুম্বাইত প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম ১১২.৫১ টকা হোৱাৰ বিপৰীতে প্ৰতি লিটাৰ ডিজেলৰ দাম ৯৬.৭০ টকা। চেন্নাইতো ৭৬ পইচাকৈ বাঢ়িল ইন্ধনৰ দাম। চেন্নাইত প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম ১০৩.৬৭ টকা, ডিজেলৰ দৰ ৯৩.৭১ টকা। একেদৰে কলকাতাতো পেট্ৰ’লত ৮৪ পইচা আৰু ডিজেলত ৮০ পইচাকৈ দাম বৃদ্ধি। কলকাতাত আজি প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম ১০৬.৩৪ টকা হোৱাৰ বিপৰীতে ডিজেলৰ দৰ লিটাৰত ৯১.৪২ টকা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

চুইজাৰলেণ্ডৰ ডাভোছৰ ৱৰ্ল্ড ইক’নমিক ফ’ৰামত অংশ গ্ৰহণ কৰিব মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই

চুইজাৰলেণ্ডৰ ডাভোছত ১৯ জানুৱাৰীৰ পৰা ২৩ জানুৱাৰীলৈ অনুষ্ঠিত হ’বলগা...

সন্তানৰ পৰীক্ষাৰ ফলাফল আনিবলৈ যাওঁতেই কৰুণ মৃত্যু ঘটিল পিতৃৰ

হৃদয়বিদাৰক, মৃত্যু বাৰু এনেকৈয়ে আহেনে! কণমানি সন্তানৰ পৰীক্ষাৰ ফলাফল...

এই সামগ্ৰীসমূহত আল্লাহৰ নাম লিখা নিষিদ্ধ কৰা হৈছে… বাণিজ্য মন্ত্ৰালয়ে লৈছে এক বৃহৎ সিদ্ধান্ত

ছৌদি আৰৱৰ বাণিজ্য মন্ত্ৰালয়ে লৈছে এক বৃহৎ সিদ্ধান্ত। ছৌদি...

প্ৰথমবাৰৰ বাবে বিজেপিৰ মেয়ৰ নিৰ্বাচিত হ’ব মুম্বাইত

মহাৰাষ্ট্ৰৰ বৃহন্মুম্বাই পৌৰ নিগমকে ধৰি ২৯খন পৌৰসভাৰ নিৰ্বাচনৰ ফলাফল...