তেজপুৰ অভিমুখী বাছত সৰবৰাহ কৰিছিল ড্ৰাগছ, জালত দুজন

বোকাজানৰ খটখটীত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ। যাত্ৰীবাহী বাছৰ পৰা জব্দ নিষিদ্ধ হেৰ’ইন। তেজপুৰ অভিমুখী এখন বাছৰ পৰা বোকাজান আৰক্ষীয়ে জব্দ কৰে বৃহৎ পৰিমাণৰ হেৰ’ইন। হেৰ’ইনসহ এগৰাকী মহিলাক আটক কৰে বোকাজান আৰক্ষীয়ে। আনহাতে বিমল পাল নাম আন এটা ড্ৰাগছ সৰবৰাহকাৰীকো আটক। ৪০টাকৈ চাবোনৰ বাকচত সৰবৰাহ কৰিছিল ড্ৰাগছ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰম্পৰা, প্ৰাৰ্থনা আৰু কঙালীৰ বিষাদেৰে ৰাজ্যজুৰি কাতি বিহু উদযাপন

অসমৰ চহৰ-নগৰ, গাঁও-ভূঁইৰ লগতে সত্ৰ-নামঘৰসমূহত পৰম্পৰাগত ৰীতি-নীতিৰে উদযাপন কৰা...

৭ দিনৰ ভিতৰত হৰমুজ প্ৰণালী মুকলি কৰাৰ বাবে আমেৰিকাৰ সন্মুখত ইৰানৰ ৭টা চৰ্ত

আমেৰিকাৰ সন্মুখত ইৰানৰ ৭টা চৰ্ত; নিষেধাজ্ঞা প্ৰত্যাহাৰ আৰু আঞ্চলিক...

অমৃতপ্ৰভা মহন্তৰ জামিনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন কৰিব চৰকাৰে : দেৱজিৎ লন শইকীয়া

জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ গোচৰত অভিযুক্ত অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন...