গ্ৰাহকক মাধমাৰ! চাৰিদিনত তৃতীয়বাৰ বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ দাম

চাৰিদিনত তৃতীয়বাৰ বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ দাম। ৮০ পইচাকৈ বৃদ্ধি পেট্ৰ’ল-ডিজেলৰ দাম। গুৱাহাটীত প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম ৯৭.২৩ টকা। গুৱাহাটীত প্ৰতিলিটাৰ ডিজেলৰ দাম ৮৩.৩৬ টকা। দিল্লীতো ৮০ পইচাকৈ বাঢ়িল দাম। দিল্লীত লিটাৰত পেট্ৰ’লৰ দাম ৯৭.৮১ টকা আৰু ডিজেলৰ দাম ৮৯.০৭ টকা। মুম্বাইত প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম বাঢ়িল ৮৪ পইচা, ডিজেলত ৮৫ পইচাকৈ বৃদ্ধি। মুম্বাইত প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম ১১২.৫১ টকা হোৱাৰ বিপৰীতে প্ৰতি লিটাৰ ডিজেলৰ দাম ৯৬.৭০ টকা। চেন্নাইতো ৭৬ পইচাকৈ বাঢ়িল ইন্ধনৰ দাম। চেন্নাইত প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম ১০৩.৬৭ টকা, ডিজেলৰ দৰ ৯৩.৭১ টকা। একেদৰে কলকাতাতো পেট্ৰ’লত ৮৪ পইচা আৰু ডিজেলত ৮০ পইচাকৈ দাম বৃদ্ধি। কলকাতাত আজি প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম ১০৬.৩৪ টকা হোৱাৰ বিপৰীতে ডিজেলৰ দৰ লিটাৰত ৯১.৪২ টকা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰম্পৰা, প্ৰাৰ্থনা আৰু কঙালীৰ বিষাদেৰে ৰাজ্যজুৰি কাতি বিহু উদযাপন

অসমৰ চহৰ-নগৰ, গাঁও-ভূঁইৰ লগতে সত্ৰ-নামঘৰসমূহত পৰম্পৰাগত ৰীতি-নীতিৰে উদযাপন কৰা...

৭ দিনৰ ভিতৰত হৰমুজ প্ৰণালী মুকলি কৰাৰ বাবে আমেৰিকাৰ সন্মুখত ইৰানৰ ৭টা চৰ্ত

আমেৰিকাৰ সন্মুখত ইৰানৰ ৭টা চৰ্ত; নিষেধাজ্ঞা প্ৰত্যাহাৰ আৰু আঞ্চলিক...

অমৃতপ্ৰভা মহন্তৰ জামিনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন কৰিব চৰকাৰে : দেৱজিৎ লন শইকীয়া

জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ গোচৰত অভিযুক্ত অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন...