মিঠাই খাওতে ল’ব লগা সাৱধানতা

মিঠাই আমাৰ বহুতৰে প্ৰিয়। মিঠাই খোৱাৰ পিছত পানী খোৱাটো সাধাৰণ কথা। কিন্তু মিঠাই খোৱাৰ ক্ষন্তেক পিছতে পানী খোৱাটো স্বাস্থ্যৰ বাবে যথেষ্ট ক্ষতিকাৰক। মিঠাই আৰু পানী সমানে খালে ডায়েবেটিছ ৰোগৰ সম্ভাৱনা বৃদ্ধি হয়। মিঠাইয়ে শৰীৰক তাৎক্ষণিকভাৱে শক্তি প্ৰদান কৰে। লগতে তেজত তাৎক্ষণিকভাৱে গ্লুক’জৰ মাত্ৰাও বৃদ্ধি কৰে। মিঠাই খালে ডায়েবেটিছ ৰোগীৰ তেজত চেনিৰ পৰিমাণ দ্ৰুতগতিত বৃদ্ধি পায়। মিঠাই আৰু পানী একেলগে খালে বৃদ্ধি পাই ডাইবেটিছৰ আশংকা। অধিক মিঠায়ে বিভিন্ন ধৰণে স্বাস্থ্যৰ ক্ষতি কৰে। স্বাস্থ্যসন্মত হৈ থাকিবলৈ খাদ্য তালিকাত মিঠাইৰ সলনি ফলমূল অন্তৰ্ভুক্ত কৰিব লাগে। ফলমূলে যথেষ্ট পৰিমাণে স্বাস্থ্য উপকাৰিতা বৃদ্ধি কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শিক্ষকৰ আৰ্জিত ছুটি সম্পৰ্কত ৰাজ্য চৰকাৰৰ কেবিনেটে লোৱা সিদ্ধান্তক আদৰণি সদৌ অসম কৰ্মচাৰী পৰিষদৰ

শিক্ষক সমাজৰ দীৰ্ঘদিনীয়া দাবী সম্পৰ্কত আজি ৰাজ্য চৰকাৰৰ কেবিনেটে...

চেক বাউন্স গোচৰত অন্তৱৰ্তীকালীন জামিন লাভ ৰাজপাল যাদৱৰ

হিন্দী চিনেমাৰ প্ৰবীণ অভিনেতা তথা কমেডিয়ান ৰাজপাল যাদৱে কিছুদিনৰ...

হোজাইত সক্ৰিয় ৰূপত খাদ্য সুৰক্ষা বিভাগ; ছীল কৰিলে ২খনকৈ হোটেল

হোজাইত খাদ্য সুৰক্ষা বিভাগৰ অভিযান। হোজাইৰ দেৱস্থান অঞ্চলত খাদ্য...