ৰাজনীতি

আস্থাভোটত প্ৰত্যাশিত জয় নীতিশ কুমাৰৰ

পুনৰ এবাৰ বিজেপিৰে জোঁট বান্ধি চৰকাৰ গঠন কৰা নীতিশ কুমাৰে বিধানসভাৰ মজিয়াত বিজয় সাব্যস্ত কৰিলে। RJD–কংগ্ৰেছ সন্মিলিত বিৰোধীয় সদন ত্যাগ কৰাত আস্থা ভোটত এটাও...

নিযুক্তিৰ ক্ষেত্ৰত বিশেষ সফলতা লাভ ৰাজ্য চৰকাৰৰ

বিত্তমন্ত্ৰী অজন্তা নেওগে অসম বিধানসভাত দাখিল কৰে ২০২৪–২৫ বিত্তীয় বৰ্ষৰ বাজেট। আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে বিভিন্ন আৰ্থিক উন্নয়নৰ স্বাৰ্থত এই বাজেট...

শংকৰ সংঘক লৈ আজমল-হিমন্ত বিশ্বৰ বাকযুদ্ধ

বদৰুদ্দিন আজমলে হেনো টোপনি হৰণ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আজমলক শংকৰ সংঘৰ সভাই-সমিতিয়ে মাতিলেই নিশা টোপনি নাহে মুখ্যমন্ত্ৰীৰ। ৰঙিয়াৰ শংকৰ সংঘৰ অধিবেশনৰ অন্তিম...

২০২৪–২৫ বৰ্ষৰ বাজেট দাখিল অজন্তা নেওগৰ

বিধানসভাত বিত্তমন্ত্ৰী অজন্তা নেওগৰ বাজেট২০২৪–২৫ বৰ্ষৰ বাজেট দাখিল অজন্তা নেওগৰবাজেট দাখিলৰ পূৰ্বে বিত্তমন্ত্ৰীৰ বাজেট ভাষণদেশৰ ৫ ৰাজ্যৰ ভিতৰত অসমক অন্তৰ্ভুক্তিৰ চেষ্টা‘ভাৰতৰ অৰ্থনীতি ক্ৰমান্বয়ে বিকাশৰ...

সবকা সাথ, সবকা বিকাশ কোনো শ্লোগান নহয়…ই মোদীৰ নিশ্চয়তা : প্ৰধানমন্ত্ৰী

“ৰাষ্ট্ৰপতিৰ ভাষণত ভাৰতৰ ক্ৰমবৰ্ধমান আত্মবিশ্বাস, আশাব্যঞ্জক ভৱিষ্যত আৰু জনসাধাৰণৰ অপৰিসীম সম্ভাৱনাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে”“অৰ্থনীতিৰ ক্ষেত্ৰত ভাৰত শীৰ্ষ ৫খন দেশৰ ভিতৰত”“চৰকাৰে গ্ৰহণ কৰা...

Popular