ৰাজ্যসভাৰ সাংসদ পদৰ পৰা অৱসৰ প্ৰাঃ প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙৰ

ৰাজ্যসভাৰ সাংসদ পদৰ পৰা অৱসৰ প্ৰাঃ প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙৰ
৩৩ বছৰ ধৰি একেৰাহে ৰাজ্যসভাৰ সাংসদ হৈ আছিল ড০ মনমোহন সিং
অসমৰ পৰাও ৰাজ্যসভাত প্ৰতিনিধিত্ব কৰিছিল প্ৰাঃ প্ৰধানমন্ত্ৰীজনে
’৯১ত ১মবাৰলৈ ৰাজ্যসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হৈছিল অৰ্থনীতিবিদজন
২০০৪ চনৰ পৰা ২০১৪ চনলৈ দেশৰ প্ৰধানমন্ত্ৰী হিচাপে কৰিছিল কাৰ্যনিৰ্বাহ

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কোন এই ছাৰাহ খালিফা ? কিয় ইজিপ্তৰ এইগৰাকী বাতৰি উপস্থাপকৰ বিৰুদ্ধে দিয়া হ’ল মৃত্যুদণ্ডৰ ৰায়দান ?

ইম্পছিবল নামৰ অপৰাধ আৰু নিৰাপত্তা বিষয়ক টেলিভিছন অনুষ্ঠানৰ জৰিয়তে...

চীন মাষ্টাৰ্ছত সতৱিক-চিৰাগৰ খিতাপ জয়

ভাৰতৰ তাৰকা বেডমিণ্টন খেলুৱৈ সতৱিকছাইৰাজ ৰেংকিৰেড্ডী আৰু চিৰাগ শেট্টীয়ে...

UN Map Resolution-লৈ ভাৰতৰ সমৰ্থন, J&K-লাডাখক লৈ কিয় আপোচ নকৰে দিল্লীয়ে?

বিশ্বৰ মানচিত্ৰত দেশসমূহ আৰু মহাদেশসমূহৰ ভৌগোলিক আকাৰ অধিক সঠিকভাৱে...

মালা পিন্ধাবলৈ আগবাঢ়িল নেতা, উভতি আহি দেখিলে চেইন নাই!

বিহাৰৰ মুজাফ্ফৰপুৰত স্বাস্থ্য মন্ত্ৰী নিশান্ত কুমাৰৰ আদৰণি অনুষ্ঠানত সংঘটিত...