প্ৰস্তাৱিত কামাখ্যা কৰিড’ৰক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত PIL

প্ৰস্তাৱিত কামাখ্যা কৰিড’ৰক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত PIL

চৰকাৰলৈ কাৰণ দৰ্শোৱা জাননী গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

নিৰ্মাণ হ’বলগীয়া কামাখ্যা কৰিড’ৰ অবৈধ আখ্যাৰে PIL

গড়কাপ্টানী বিভাগে এই নিৰ্মাণ কৰিব নোৱাৰে বুলি দাবী আবেদনকাৰীৰ

ভাৰত চৰকাৰৰ পুৰাতত্ত্ব বিভাগৰ অধীনতহে কামাখ্যা মন্দিৰ বুলি দাবী আবেদনকাৰীৰ

উচ্চ ন্যায়ালয়ত ভাৰতৰ বিভিন্ন প্ৰান্তৰ ১৩গৰাকীয়ে দাখিল কৰিছে PIL

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কোন এই ছাৰাহ খালিফা ? কিয় ইজিপ্তৰ এইগৰাকী বাতৰি উপস্থাপকৰ বিৰুদ্ধে দিয়া হ’ল মৃত্যুদণ্ডৰ ৰায়দান ?

ইম্পছিবল নামৰ অপৰাধ আৰু নিৰাপত্তা বিষয়ক টেলিভিছন অনুষ্ঠানৰ জৰিয়তে...

চীন মাষ্টাৰ্ছত সতৱিক-চিৰাগৰ খিতাপ জয়

ভাৰতৰ তাৰকা বেডমিণ্টন খেলুৱৈ সতৱিকছাইৰাজ ৰেংকিৰেড্ডী আৰু চিৰাগ শেট্টীয়ে...

UN Map Resolution-লৈ ভাৰতৰ সমৰ্থন, J&K-লাডাখক লৈ কিয় আপোচ নকৰে দিল্লীয়ে?

বিশ্বৰ মানচিত্ৰত দেশসমূহ আৰু মহাদেশসমূহৰ ভৌগোলিক আকাৰ অধিক সঠিকভাৱে...

মালা পিন্ধাবলৈ আগবাঢ়িল নেতা, উভতি আহি দেখিলে চেইন নাই!

বিহাৰৰ মুজাফ্ফৰপুৰত স্বাস্থ্য মন্ত্ৰী নিশান্ত কুমাৰৰ আদৰণি অনুষ্ঠানত সংঘটিত...