ৰাজনীতি

দুখীয়াৰ জীৱনলৈ পোহৰ অনাটো হৈছে মোদী চৰকাৰৰ গেৰাণ্টী : অশোক সিংহল

মিছন বসুন্ধৰা ২.০-ৰ অধীনত ঢেকিয়াজুলি সমষ্টিৰ হিতাধিকাৰীসকললৈ ভূমি পট্টা বিতৰণ মন্ত্ৰী অশোক সিংহলৰ সমগ্ৰ অসমৰ লগতে শোণিতপুৰ জিলাৰ ঢেকিয়াজুলিতো খিলঞ্জীয়াক ভূমি পট্টা প্ৰদান কৰা হয়...

এই সপ্তাহতে বলৱৎ হ’ব সংশোধিত নাগৰিকত্ব আইন

বহু বিতৰ্ক আৰু প্ৰতিবাদৰ পিছতো সংশোধিত নাগৰিকত্ব আইন বলৱৎ কৰাৰ বাবে তৎপৰ হৈছে কেন্দ্ৰীয় চৰকাৰ। এই সপ্তাহৰ পৰাই দেশজুৰি আনুষ্ঠানিকভাৱে বলৱৎ হ’ব CAA। গৃহ...

শোকাৱহ দুৰ্ঘটনাত বিধায়কৰ মৃত্যু

তেলেংগনাত দুৰ্ঘটনাত পতিত হৈ মৃত্যু BRSৰ বিধায়িকা লস্যা নন্দিতাৰএখন সভালৈ গৈ থাকোঁতেই বিধায়িকাৰ গাড়ীৰ খুন্দা পথৰ বেৰিকেডতঘটনাত শোকপ্ৰকাশ তেলেংগনাৰ মুখ্যমন্ত্ৰী এ ৰেৱন্ত ৰেড্ডীৰদুৰ্ঘটনাটোত বাহনখনৰ...

বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ মতে প্ৰেম কি? এইবাৰ প্ৰেমৰ সংজ্ঞা দিলে বিধায়কজনে

সততেই চৰ্চাত থকা বিধায়ক ৰূপজ্যোতি কুৰ্মী আকৌ চৰ্চাত। এইবাৰ বিধায়ক কুৰ্মীয়ে দিলে প্ৰেমৰ সংজ্ঞা। তেখেতৰ মতে প্ৰেমত প্ৰতাৰণা(CHEATING) হ'ব নালাগে। প্ৰেম মানে ইজনে সিজনক...

একা-বেকা পথেৰে গৈ বাগিচাৰ এঘৰত সৰ্বানন্দ সোণোৱাল

২৪ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে গাঁৱে গাঁৱে প্ৰৱেশ কৰি ভোটাৰৰ মন জয়ৰ চেষ্টা বিজেপিৰ। গাঁৱৰ ৰাইজৰ সৈতে মত বিনিময়ত ব্যস্ত মুখ্যমন্ত্ৰী-কেন্দ্ৰীয় মন্ত্ৰী। টিংখাঙত কেন্দ্ৰীয় মন্ত্ৰী...

Popular