ৰাজনীতি

বিশাল ৰেলীৰে ৱাইনাড়ত মনোনয়ন ৰাহুল গান্ধীৰ

বিশাল ৰেলীৰে ৱাইনাড়ত মনোনয়ন ৰাহুল গান্ধীৰপ্ৰিয়ংকা গান্ধীসহ কংগ্ৰেছৰ ৰথী-মহাৰথীয়ে অংশ ল’লে মনোনয়ন যাত্ৰাত‘এই নিৰ্বাচন দেশৰ সংবিধান আৰু গণতন্ত্ৰ ৰক্ষাৰ যুঁজ’ পাঁচটা বছৰ কেৰালাৰ ৱাইনাড়ৰ সাংসদ...

ৰাজ্যসভাৰ সাংসদ পদৰ পৰা অৱসৰ প্ৰাঃ প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙৰ

ৰাজ্যসভাৰ সাংসদ পদৰ পৰা অৱসৰ প্ৰাঃ প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙৰ৩৩ বছৰ ধৰি একেৰাহে ৰাজ্যসভাৰ সাংসদ হৈ আছিল ড০ মনমোহন সিংঅসমৰ পৰাও ৰাজ্যসভাত প্ৰতিনিধিত্ব কৰিছিল...

ভাৰতৰত্ন সন্মানেৰে বিভূষিত লালকৃষ্ণ আদৱানী

ভাৰত ৰত্ন সন্মানেৰে বিভূষিত হ’ল প্ৰাক্তন উপ প্ৰধানমন্ত্ৰী তথা বৰ্ষীয়ান বিজেপি নেতা লালকৃষ্ণ আদৱানী। দেওবাৰে আদৱানীৰ দিল্লীৰ বাসগৃহত উপস্থিত হৈ তেওঁক ভাৰত ৰত্ন সন্মানেৰে...

নিৰ্বাচনৰ প্ৰচাৰ তুংগত থকাৰ অৱস্থাতে মৰিগাঁৱত মুখ্যমন্ত্ৰীৰ এই মন্তব্য

ৰণলৈ ওলাল মুখ্যমন্ত্ৰীহেদায়েৎপুৰৰ কংগ্ৰেছ ভৱন হ’ব গোপীনাথ বৰদলৈ যাদুঘৰ২০৩২ত সম্পূৰ্ণ উছন হ’ব কংগ্ৰেছ নিৰ্বাচনৰ প্ৰচাৰ তুংগত থকাৰ অৱস্থাতে মৰিগাঁৱত মুখ্যমন্ত্ৰীৰ এই মন্তব্য। মৰিগাঁও তিৱা সাংস্কৃতিক...

নৱ শৰণীয়াৰ দাবী – ‘ডেৰলাখ ভোটৰ ব্যৱধানত জয়ী হ’ব’

হেট্ৰিক কৰিবলৈহে আহিছে নৱ শৰণীয়াদ্বিতীয় স্থানৰ বাবেহে যুঁজিব UPPL, BPF-এ লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত আদালতৰ পৰা সকাহ পাই নিৰ্বাচনী যীঁজৰ বাবে সাজু হৈছে কোকৰাঝাৰ সমষ্টিৰ দুবাৰৰ...

Popular