নিৰ্বাচনোত্তৰ আঁচনিৰ নামত হিতাধিকাৰীৰ পঞ্জীয়ন বন্ধ কৰাৰ নিৰ্দেশ

তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ পূৰ্বে নিৰ্বাচন আয়োগৰ কঠোৰ নিৰ্দেশনা

নিৰ্বাচনোত্তৰ আঁচনিৰ নামত হিতাধিকাৰীৰ পঞ্জীয়ন বন্ধ কৰাৰ নিৰ্দেশ

সমীক্ষাৰ নামত হিতাধিকাৰী আঁচনিৰ কাম বন্ধ ৰখাৰ নিৰ্দেশ

বিভিন্ন ৰাজনৈতিক দললৈ নিৰ্বাচন আয়োগে দিলে এই নিৰ্দেশনা

অসমকে ধৰি কেইবাখনো ৰাজ্য সমীক্ষাৰ নামত চলি আছে পঞ্জীকৰণ

অসমতো মিত্ৰজোঁটৰ দলসমূহে ভোটাৰ ৰাইজৰ মাজত বিতৰণ কৰিছিল প্ৰ-পত্ৰ

বিশেষকৈ বিজেপি দলৰ কৰ্মীয়ে ৰাইজৰ মাজত বিতৰণ কৰিছিল প্ৰ-পত্ৰ

অৰুণোদয়ৰ নামত প্ৰ-পত্ৰ বিতৰণক লৈ সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ

বিৰোধী দলসমূহে এই সন্দৰ্ভত অভিযোগ দাখিল কৰিছিল নিৰ্বাচন আয়োগক

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৃথিৱীৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণৰ আকাংক্ষা; ৪টা নতুন সামৰিক ঘাটি নিৰ্মাণ কৰিব বিচাৰিছে আমেৰিকাই

বিশ্বৰ ৮০খন দেশৰ কমেও ৭৫০টা সামৰিক ঘাটি আমেৰিকাৰ নিয়ন্ত্ৰণত...

ইলন মাস্কৰ দৰমহাৰে ইখনৰ পিছত সিখন দেশ ক্ৰয় কৰিব পাৰিব আপুনি…

কিমান টকা হ'লে বহুত টকা বুলি কোৱা হয়? এক...

বিশ্বৰ ১৯০খন দেশৰ অৰ্থনীতিতকৈও ডাঙৰ এটা কোম্পানী

কোম্পানীটোৰ নাম Nvidia। এই আমেৰিকান কোম্পানীটো বিশ্বৰ ১৯০খন দেশৰ...

Exclusive | দিল্লী বিস্ফোৰণত ব্যৱহৃত হ্যুণ্ডাই i20 বাহনৰ সবিশেষ

CC কেমেৰাত দিল্লী বিস্ফোৰণত ব্যৱহৃত হ্যুণ্ডাই i20 বাহনৰ দৃশ্য।...