ৰাজনীতি

৬৫জন বিধায়কৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে ৮২৯ কোটি টকা

দিল্লীৰ বৰ্তমানৰ ৬৫জন বিধায়কৰ ৰিপ'ৰ্ট কার্ড প্রকাশ পাইছে। নির্বাচন আৰু ৰাজনৈতিক সংস্কাৰৰ হকে কাম কৰা এছ'চিয়েচন ফৰ ডেম 'ক্রেটিক বিফর্ম নামৰ সংস্থাটোৱে প্ৰকাশ কৰা...

কংগ্রেছ ক্ষমতালৈ আহিলে মাহে ৮৫০০ টকাকৈ দিব শিক্ষিত নিবনুৱাক

দিল্লী বিধানসভাৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযান তুংগত অনাগত দিল্লী বিধানসভাৰ নিৰ্বাচনৰ বাবে ভোটাৰক আকৰ্ষণ কৰাৰ বাবে ইটোৰ পাছত সিটো প্রতিশ্রুতি ইতিমধ্যে আপ আৰু বিজেপিয়ে দি আছে।...

চৰকাৰী পুঁজিৰ অপচয় ৰোধ কৰাৰ নিৰ্দেশ সৰ্বোচ্চ ন্যায়ালয়ৰ

আৰু কিমান দিনলৈ বিনামূলীয়া সামগ্ৰী লাভ কৰিব জনসাধাৰণে? প্ৰতিটো নিৰ্বাচনৰ পূৰ্বে ভোটাৰক আকৃষ্ট কৰিবলৈ অধিকাংশ ৰাজনৈতিক দলেই বিভিন্ন আঁচনিৰ নামত আৰম্ভ কৰে বিনামূলীয়া সামগ্ৰী...

ঘোষণা হ’ল দিল্লী বিধানসভা নিৰ্বাচনৰ দিন

অৱশেষত ঘোষণা কৰা হ’ল দিল্লী বিধানসভা নিৰ্বাচনৰ দিন। ভাৰতৰ নিৰ্বাচন আয়োগে ঘোষণা কৰিলে নিৰ্বাচনৰ দিন। অহা ৫ ফেব্ৰুৱাৰীত হ’ব দিল্লী বিধানসভা নিৰ্বাচন। ৮ ফেব্ৰুৱাৰীত...

গুৱাহাটীবাসীয়ে শীঘ্ৰে লাভ কৰিব আৰু এখন অত্যাধুনিক উদ্যান

ব্ৰহ্মপুত্ৰৰ পাৰৰ সৌন্দৰ্যবৰ্ধনক নতুন মাত্ৰা দিব উদ্যানখনে। বৃহস্পতিবাৰে নিৰ্মিয়মান উদ্যানখন পৰিদৰ্শন কৰে বিভাগীয় মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই। নতুন বছৰতে গুৱাহাটীবাসীক চৰকাৰে উপহাৰ দিব বৃহৎ উদ্যানখন। ন-ৰূপত...

Popular