প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ টুইটাৰ একাউণ্ট হেক

সুৰক্ষিত নহয় প্ৰধানমন্ত্ৰীৰ ছ’চিয়েল মিডিয়া একাউণ্টো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ টুইটাৰ একাউণ্ট দুষ্ট চক্ৰই হেক কৰি কেতবোৰ অপ্ৰপ্ৰচাৰ চলোৱাৰ পিছতে এই ঘটনা পোহৰলৈ আহে।

অৱশ্যে হেক হোৱাৰ কিছু সময় পিছতে তাৎক্ষণিকভাৱে প্ৰধানমন্ত্ৰী মোদীৰ এই টুইটাৰ একাউণ্ট হেকাৰৰ কবলৰ পৰা মুক্ত হয়। এই সময়ছোৱাত প্ৰধানমন্ত্ৰীৰ নামত চলোৱা অপপ্ৰচাৰক বিশ্বাস নকৰিবলৈ আহ্বান জনাইছে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইতিহাস গঢ়িলে শুভমন গিলে, পঞ্চমবাৰৰ বাবে লাভ কৰিলে ICCৰ মাহটোৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান

ভাৰতীয় ক্ৰিকেট দলৰ এদিনীয়া আৰু টেষ্ট অধিনায়ক শুভমন গিলে...

অসমৰ ৩০ শতাংশ শিক্ষাৰ্থীয়ে শ্ৰেণীকোঠাত পাঠ বুজি নাপায়, শিক্ষকৰ পাঠদানক লৈ মন্তব্য শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত সেৱা সংকল্প...