প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ টুইটাৰ একাউণ্ট হেক

সুৰক্ষিত নহয় প্ৰধানমন্ত্ৰীৰ ছ’চিয়েল মিডিয়া একাউণ্টো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ টুইটাৰ একাউণ্ট দুষ্ট চক্ৰই হেক কৰি কেতবোৰ অপ্ৰপ্ৰচাৰ চলোৱাৰ পিছতে এই ঘটনা পোহৰলৈ আহে।

অৱশ্যে হেক হোৱাৰ কিছু সময় পিছতে তাৎক্ষণিকভাৱে প্ৰধানমন্ত্ৰী মোদীৰ এই টুইটাৰ একাউণ্ট হেকাৰৰ কবলৰ পৰা মুক্ত হয়। এই সময়ছোৱাত প্ৰধানমন্ত্ৰীৰ নামত চলোৱা অপপ্ৰচাৰক বিশ্বাস নকৰিবলৈ আহ্বান জনাইছে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতৰ বাবে ‘ভাল খবৰ’! ভাৰত বিশ্বৰ আটাইতকৈ শক্তিশালী গোটৰ অংশ হ’ব…

আমেৰিকা আৰু ভাৰতৰ সম্পৰ্কত এক নতুন আৰু অতি গুৰুত্বপূৰ্ণ...

ইৰাণে ২ কোটি সৈন্য নিয়োগ কৰিছে, তৃতীয়বাৰৰ বাবে খামেনেইক আমেৰিকাৰ পৰা ৰক্ষা কৰিব পৰা বাচিজ কি?

ইৰাণৰ ৰাজপথত চলি থকা অশান্তি নিয়ন্ত্ৰণৰ বাবে আয়াতুল্লাহ আলী...

আপুনি একো নকৰাকৈ আপোনাৰ PFৰ ধনৰাশি বাঢ়ি গৈ থাকিব… মাথোঁ এই ভুল নকৰিব…

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে চাকৰিৰ অনিশ্চয়তা নতুন কথা নহয়।...

ৰাছিয়াৰ সৈতে বন্ধুত্ব! আমেৰিকাই ২৩ বছৰত এই সাতজন বিশ্ব নেতাক নিৰ্মূল কৰিলে…

যোৱা দুটা দশকত এক আচৰিত ধৰণৰ আৰ্হিৰ উন্মেষ ঘটিছে।...