প্ৰধানমন্ত্ৰী মোদীৰ কাজিৰঙা ভ্ৰমণৰ কাৰ্যসূচী সাল-সলনি

প্ৰধানমন্ত্ৰী মোদীৰ কাজিৰঙা ভ্ৰমণৰ কাৰ্যসূচী সাল-সলনি। সন্ধিয়া ৫.০৫ মিনিটত কাজিৰঙাত উপস্থিত হ’ব মোদী। ৰাষ্ট্ৰীয় ঘাইপথেৰে ৫.৩০ মিনিটত উপস্থিত হ’ব কহঁৰাত। নিশা অতিথিশালাত থকাৰ পিছত শনিবাৰে পুৱা কহঁৰা বনাঞ্চল ভ্ৰমণ কৰিব মোদীয়ে। কহঁৰা বনাঞ্চল দৰ্শন কৰি পুৱা ৭.১০ মিনিটত অসম আৰক্ষী অতিথিশালাত উপস্থিত হ’ব মোডী৯. ৪৫ মিনিটত পানবাৰী হেলিপেডৰ পৰা অৰুণাচল অভিমুখে ৰাওনা হ’ব মোদী

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতৰ বাবে ‘ভাল খবৰ’! ভাৰত বিশ্বৰ আটাইতকৈ শক্তিশালী গোটৰ অংশ হ’ব…

আমেৰিকা আৰু ভাৰতৰ সম্পৰ্কত এক নতুন আৰু অতি গুৰুত্বপূৰ্ণ...

ইৰাণে ২ কোটি সৈন্য নিয়োগ কৰিছে, তৃতীয়বাৰৰ বাবে খামেনেইক আমেৰিকাৰ পৰা ৰক্ষা কৰিব পৰা বাচিজ কি?

ইৰাণৰ ৰাজপথত চলি থকা অশান্তি নিয়ন্ত্ৰণৰ বাবে আয়াতুল্লাহ আলী...

আপুনি একো নকৰাকৈ আপোনাৰ PFৰ ধনৰাশি বাঢ়ি গৈ থাকিব… মাথোঁ এই ভুল নকৰিব…

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে চাকৰিৰ অনিশ্চয়তা নতুন কথা নহয়।...

ৰাছিয়াৰ সৈতে বন্ধুত্ব! আমেৰিকাই ২৩ বছৰত এই সাতজন বিশ্ব নেতাক নিৰ্মূল কৰিলে…

যোৱা দুটা দশকত এক আচৰিত ধৰণৰ আৰ্হিৰ উন্মেষ ঘটিছে।...