ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ অধীক্ষকক গ্ৰেপ্তাৰ

ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ অধীক্ষকক গ্ৰেপ্তাৰ। কাৰাগাৰ অধীক্ষক নৃপেন দাসক গ্ৰেপ্তাৰ ডিব্ৰুগড় আৰক্ষীৰ। কাৰাগাৰত বন্দী খালিস্তানী সমৰ্থকক সহায় কৰাৰ অভিযোগ । অমৃতপাল সিঙক কাৰাগাৰত মোবাইল, আপত্তিজনক সামগ্ৰী যোগানৰ অভিযোগ। বৰ্তমান কেন্দ্ৰীয় কাৰাগাৰতে সোধা পোছা অধীক্ষক নৃপেন দাসক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

হিমাশ্ৰী বড়োৰ পৰিয়ালৰ কাষত মুখ্যমন্ত্ৰী; ন্যায়ৰ স্বাৰ্থত অন্ধ্ৰপ্ৰদেশলৈ আৰক্ষী বিষয়া প্ৰেৰণ

হিমাশ্ৰী বড়োৰ মৃত্যুৰ ঘটনাক কেন্দ্ৰ কৰি ৰাজ্যজুৰি প্ৰতিক্ৰিয়া অব্যাহত...