হ্ৰাস পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম

0 287

ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম হ্ৰাস। প্ৰতিটো চিলিণ্ডাৰৰ মূল্য ১০০ টকাকৈ হ্ৰাস।
আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উপলক্ষে প্ৰধানমন্ত্ৰীৰ উপহাৰ। টুইটাৰযোগে চিলিণ্ডাৰৰ দাম হ্ৰাসৰ ঘোষণা মোদীৰ ।গুৱাহাটীত প্ৰতিটো চিলিণ্ডাৰৰ মূল্য হ’ব ৮৫২ টকা

Leave A Reply

Your email address will not be published.