ক’ভিডৰ কালহাতোৰা, দেশৰ সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীৰে প্ৰধানমন্ত্ৰীৰ জৰুৰী বৈঠক

দেশত ক’ভিডৰ দ্ৰুত সংক্ৰমণ। যোৱা ২৪ ঘণ্টাত ভাৰতত আক্ৰান্ত হৈছে ২ লাখ ৪৭ হাজাৰ ৪১৭গৰাকী লোক। ক’ভিডৰ দ্ৰুত সংক্ৰমণক লৈ উদ্বিগ্ন প্ৰধানমন্ত্ৰী মোদী। আবেলি ৪.৩০ বজাত ক’ভিডক লৈ বৈঠকৰ আহ্বান মোদীৰ। ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে প্ৰতিখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে ল’ব বৈঠক। এই বৈঠকত কোৰোণাৰ সমক্ৰমণ প্ৰতিৰোধৰ ৰণনীতিৰ ওপৰত হ’ব পাৰে আলোচনা। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে দেওবাৰে দেশত কোভিড মহামাৰীৰ স্থিতি, স্বাস্থ্য সম্পৰ্কীয় আন্তঃগাঁথনি সমীক্ষাৰ বাবে উচ্চস্তৰীয় বৈঠক অনুষ্ঠিত কৰিছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই। দেওবাৰে...

নতুন প্ৰতিভাক সুযোগ দিয়াটো ৰাজস্থান ৰয়েলছৰ এক দৰ্শন : ছাংগাকাৰা

কেৱল ভাৰতৰে নহয় বিশ্ব ক্ৰিকেটৰ নৱাগতক আই পি এলৰ...

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ। ৬...

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা। শালমৰা বাইপাছত দুখন বাইকৰ মুখামুখি...