প্ৰস্তাৱিত কামাখ্যা কৰিড’ৰক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত PIL

প্ৰস্তাৱিত কামাখ্যা কৰিড’ৰক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত PIL

চৰকাৰলৈ কাৰণ দৰ্শোৱা জাননী গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

নিৰ্মাণ হ’বলগীয়া কামাখ্যা কৰিড’ৰ অবৈধ আখ্যাৰে PIL

গড়কাপ্টানী বিভাগে এই নিৰ্মাণ কৰিব নোৱাৰে বুলি দাবী আবেদনকাৰীৰ

ভাৰত চৰকাৰৰ পুৰাতত্ত্ব বিভাগৰ অধীনতহে কামাখ্যা মন্দিৰ বুলি দাবী আবেদনকাৰীৰ

উচ্চ ন্যায়ালয়ত ভাৰতৰ বিভিন্ন প্ৰান্তৰ ১৩গৰাকীয়ে দাখিল কৰিছে PIL

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...