GMC, GMDAৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থজনিত আবেদন

  • GMC, GMDAৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থজনিত আবেদন
  • নগাঁও পৌৰ সভা, যোৰহাট পৌৰ সভাৰ বিৰুদ্ধেও এই আবেদন
  • ২০১০-১১ৰ পৰা ২০১৬-১৭লৈ নিগম-নিকায়কেইখনত ব্যাপক অনিয়মৰ অভিযোগ
  • চাৰিওখন নিগম-নিকায়ত কমেও ৫০০ কোটি টকাৰ কেলেংকাৰিৰ অভিযোগ
  • ঠিকা প্ৰদানৰ নামতে প্ৰায় ৭০ কোটি টকা আত্মসাতৰ অভিযোগ PILত
  • কেলেংকাৰিৰ অভিযোগ সন্দৰ্ভত মুখ্য সচিবক তদন্তৰ নিৰ্দেশ
  • ৬ সপ্তাহৰ ভিতৰত ন্যায়ালয়ত দাখিল কৰিব লাগিব সবিশেষ প্ৰতিবেদন
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

হিমাশ্ৰী বড়োৰ পৰিয়ালৰ কাষত মুখ্যমন্ত্ৰী; ন্যায়ৰ স্বাৰ্থত অন্ধ্ৰপ্ৰদেশলৈ আৰক্ষী বিষয়া প্ৰেৰণ

হিমাশ্ৰী বড়োৰ মৃত্যুৰ ঘটনাক কেন্দ্ৰ কৰি ৰাজ্যজুৰি প্ৰতিক্ৰিয়া অব্যাহত...