অদূৰ ভৱিষ্যতে বন্ধ হৈ যাব ছেবা আৰু শিক্ষা সংসদ!

অসমীয়া মাধ্যমৰ বিদ্যালয়লৈ বিপদঘণ্টা। ৰাজ্যৰ সমষ্টিয়ে সমষ্টিয়ে ইংৰাজী মাধ্যমৰ বিদ্যালয় খুলিব অসম চৰকাৰে। এই বিদ্যালয়সমূহত পাঠ্যক্ৰম হ’ব CBSEৰ। পৰৱৰ্তী পৰ্যায়ত খুলিব একেধৰণৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়, মহাবিদ্যালয়। অদূৰ ভৱিষ্যতে বন্ধ হৈ যাব ছেবা আৰু শিক্ষা সংসদ। CBSEৰ অধীনত একোখনকৈ আদৰ্শ বিদ্যালয় খুলিব চৰকাৰে। ইতিমধ্যে এই পদক্ষেপৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে দল-সংগঠন। তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জাতীয় সংগঠনসমূহে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বলীউডৰ ছবিত জিলিকিল শিৱসাগৰৰ ৩ যুৱক; ছুপাৰষ্টাৰ ৰজনীকান্তৰ সৈতে কাম কৰাৰ সুযোগ লাভ

বলীউডৰ ছবিজগতত নিজৰ প্ৰতিভাৰে খোজ পেলাইছে শিৱসাগৰৰ তিনি অসমীয়া...

মেনিলাৰ সমীপত আকাশমাৰ্গত সংঘৰ্ষ ফিলিপাইনছৰ দুই সামৰিক বিমানৰ, নিহত ৪ পাইলট

ফিলিপাইনছৰ বায়ুসেনাই শনিবাৰে এক বিবৃতিযোগে জনায় যে, শুকুৰবাৰে ফাৰ্নাণ্ডো...