অসমত ডেৰ লাখ কোটি টকা বিনিয়োগৰ প্ৰস্তাৱ শান্তি চুক্তিত

সমষ্টি পুনৰ্নিৰ্ধাৰণক লৈ শান্তি চুক্তিত গুৰুত্বপূৰ্ণ সিদ্ধান্ত: মুখ্যমন্ত্ৰী
‘অসমত ডেৰ লাখ কোটি টকা বিনিয়োগৰ প্ৰস্তাৱ শান্তি চুক্তিত’
‘নতুন ৰে’ললাইনকে ধৰি ৰূপায়ণ হ’ব কেইবাটাও নতুন প্ৰকল্প’
‘ভূমি সংৰক্ষণ সন্দৰ্ভতো লোৱা হৈছে ভাল সিদ্ধান্ত’
‘খিলঞ্জীয়াৰ বাবে সুৰক্ষিত কৰা হ’ব অসমৰ ভূমি’
‘ষষ্ঠ অনুচ্ছেদত উল্লেখিত বহু কথাৰ প্ৰতিফলন ঘটিছে চুক্তিত’
‘পৰেশ বৰুৱাক শান্তি আলোচনালৈ ঘূৰাই অনাৰ ক্ষেত্ৰত এই চুক্তিয়ে ল’ব গুৰুত্বপূৰ্ণ ভূমিকা’
‘অসমৰ ৰাজনৈতিক ক্ষেত্ৰত এই চুক্তি হ’ব ঐতিহাসিক দলিল’
‘পৰৱৰ্তী সমষ্টি পুনৰ্নিৰ্ধাৰণৰ সময়ত প্ৰতিফলন ঘটিব এই চুক্তি’
‘আমাৰ পৰৱৰ্তী মূল লক্ষ্য হ’ল ৬ জনগোষ্ঠীৰ জনজাতিকৰণ’
আলফা (স্বাঃ)ৰ শেহতীয়া বিস্ফোৰণক লৈও প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ
‘আলফা (স্বাঃ)-এ এনেয়ে নাম ল’লে, বিস্ফোৰণ ঘটাইছিল নিবনুৱা যুৱকেহে’
‘আটাইকেইটা বিস্ফোৰণৰ ঘটনাৰে তদন্ত সম্পূৰ্ণ হৈছে’
‘টকাৰ বাবেই একাংশ সাধাৰণ যুৱকে সংঘটিত কৰিছিল বিস্ফোৰণৰ ঘটনা’
দিল্লীত শান্তি চুক্তিৰ পিছত এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ
ভূটানত নিৰুদ্দেশ হোৱা আলফাৰ পৰিয়ালক চৰকাৰে দিব সংস্থাপন: মুখ্যমন্ত্ৰী
NRCক লৈ দিল্লীত গুৰুত্বপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰীৰ
‘অসমত NRCৰ ১০% পুনৰীক্ষণ বিচাৰিছে চৰকাৰে’
‘অসম-বাংলাদেশ সীমান্তত চৰকাৰে বিচাৰিছে ২০% পুনৰীক্ষণ’
‘ইতিমধ্যে এই সন্দৰ্ভত শপতনামা দিছে ৰাজ্য চৰকাৰে’

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতৰ বাবে ‘ভাল খবৰ’! ভাৰত বিশ্বৰ আটাইতকৈ শক্তিশালী গোটৰ অংশ হ’ব…

আমেৰিকা আৰু ভাৰতৰ সম্পৰ্কত এক নতুন আৰু অতি গুৰুত্বপূৰ্ণ...

ইৰাণে ২ কোটি সৈন্য নিয়োগ কৰিছে, তৃতীয়বাৰৰ বাবে খামেনেইক আমেৰিকাৰ পৰা ৰক্ষা কৰিব পৰা বাচিজ কি?

ইৰাণৰ ৰাজপথত চলি থকা অশান্তি নিয়ন্ত্ৰণৰ বাবে আয়াতুল্লাহ আলী...

আপুনি একো নকৰাকৈ আপোনাৰ PFৰ ধনৰাশি বাঢ়ি গৈ থাকিব… মাথোঁ এই ভুল নকৰিব…

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে চাকৰিৰ অনিশ্চয়তা নতুন কথা নহয়।...

ৰাছিয়াৰ সৈতে বন্ধুত্ব! আমেৰিকাই ২৩ বছৰত এই সাতজন বিশ্ব নেতাক নিৰ্মূল কৰিলে…

যোৱা দুটা দশকত এক আচৰিত ধৰণৰ আৰ্হিৰ উন্মেষ ঘটিছে।...