মাৰ্চত ৰাজ্যসভাৰ দুখন আসনৰ বাবে নিৰ্বাচন, কোন হ’ব বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী?

মাৰ্চত অনুষ্ঠিত হ’ব ৰাজ্যসভাৰ দুখন আসনৰ বাবে নিৰ্বাচন। কোন হ’ব বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী। অংক মিলা নাই বিৰোধীৰ। AIUDF-এ প্ৰতিদান বিচাৰিছে কংগ্ৰেছৰ পৰা। প্ৰতিবাৰে কংগ্ৰেছক সহায় কৰি অহা AIUDFক লাগে এইবাৰ নিজৰ প্ৰতিনিধি। AIUDFৰ সভাপতি বদৰুদ্দিন আজমলেৰে নিশা গুৰুত্বপূৰ্ণ বৈঠক বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ। প্ৰায় এঘণ্টাৰ বৈঠকতো নোলাল সমাধানৰ সূত্ৰ। আনহাতে AIUDF-এ সাজু কৰি ৰাখিছে নিজৰ প্ৰাৰ্থী। মাথো লাগে কংগ্ৰেছৰ সমৰ্থন।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই। দেওবাৰে...

নতুন প্ৰতিভাক সুযোগ দিয়াটো ৰাজস্থান ৰয়েলছৰ এক দৰ্শন : ছাংগাকাৰা

কেৱল ভাৰতৰে নহয় বিশ্ব ক্ৰিকেটৰ নৱাগতক আই পি এলৰ...

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ। ৬...

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা। শালমৰা বাইপাছত দুখন বাইকৰ মুখামুখি...