চুপাৰি মাফিয়া কাৰ্তিক পালক গ্ৰেপ্তাৰ

চুপাৰি মাফিয়া কাৰ্তিক পালক গ্ৰেপ্তাৰ। কাছাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে কাৰ্তিকক। শিলচৰৰ বিলাপাৰ অঞ্চলত অভিযান চলাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে চুপাৰি মাফিয়াটোক। চুপাৰি মাফিয়া আলতাফ হুছেইনৰ সহযোগী আছিল ধৃত কাৰ্তিক পাল।

কাছাৰ আৰক্ষীয়ে চুপাৰি ছিণ্ডিকেট সম্পৰ্কত চুপাৰি মাফিয়া দীপাংকৰ দেবৰ পুত্ৰ দেৱপ্ৰিয় দেবকো গ্ৰেপ্তাৰ কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাজ্যৰ বহুকইটা অঞ্চলত প্ৰশাসনৰ উচ্ছেদ অভিযান; ঘৰ হেৰুৱালে বহু পৰিয়ালে

ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংৰক্ষিত বনাঞ্চলৰ বেদখল উচ্ছেদক লৈ প্ৰশাসনৰ...