ৰাজ্যত পুনৰ জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ মৃত্যু এজনৰ

ৰাজ্যত পুনৰ জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ মৃত্যু এজনৰ । মৃত লোকজন জাগীৰোডৰ ভোগৰাম বৰা । জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ নগাঁওৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল ভোগৰাম বৰা । আজি পুৱা চিকিৎসাধীন অৱস্থাত মৃত্যু হয় লোকজনৰ ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

অৰুনাচললৈ ফুৰিবলৈ গৈ দুৰ্ঘটনাত পতিত নুমলীগড়ৰ দুটা পৰিয়াল

অৰুনাচললৈ ফুৰিবলৈ গৈ দুৰ্ঘটনাত পতিত নুমলীগড়ৰ দুটা পৰিয়াল। কণমানিসহ...

নাই সাংকেতিক চিহ্ন! মথাউৰিৰ দ’ গাঁতত সোমাই সন্ধানহীন বাইক আৰোহী

দেওবাৰে সন্ধিয়া কলিয়াবৰত সংঘটিত হয় এক ভয়ংকৰ ঘটনা। ভগ্ন...

উত্তৰাখণ্ড ৰাষ্ট্ৰীয় ক্ৰীড়ালৈ অসম অলিম্পিক সন্থাৰ প্ৰতিনিধি

গুৱাহাটী, ২৬ জানুৱাৰী ঃ ৩৮ সংখ্যক উত্তৰাখণ্ড ৰাষ্ট্ৰীয় ক্ৰীড়াত...