আজিৰ দিনটো কেনে যাব আপোনাৰ? NK ৰাশিফল

মেষঃ দিনটো প্ৰায় শুভ। স্বাস্থ্যৰ যতন লওক। ভোজনত মনোযোগ দিয়া উচিত।

বৃষঃ দিনটো প্ৰায় শুভ। প্ৰতিভাৰ সদ ব্যৱহাৰ কৰক। প্ৰেমত শুভ৷ কর্মত ব্যস্ততা বৃদ্ধি। কৰ্ম ব্যস্ততাৰ প্ৰভাৱ ব্যক্তিগত জীৱনত পৰিব।

মিথুনঃ দিনটো মধ্যমীয়া। কৰ্মত সফলতা লাভ। অৱশ্যে কৰ্মত মনোযোগ দিয়া উচিত।

কৰ্কটঃ পুৰণি ইচ্ছাৰ প্ৰতি আসক্ত হৈ পৰিব পাৰে। কর্মৰ প্ৰভাৱ ব্যক্তিগত জীৱনত পৰিব৷ আয়-ব্যয় মধ্যমীয়া।

সিংহঃ পুৰণি প্ৰেমক হঠাৎ লগ পাব পাৰে। কলা আৰু নতুন বিষয় অধ্যয়ন কৰিবলৈ ইচ্ছা হʼব পাৰে। পাৰিবাৰিক জীৱন সুখৰ।

কন্যাঃ দিনটো মধ্যমীয়া। নতুন বিষয় অধ্যয়নৰ প্ৰতি আকৰ্ষিত হ’ব। কঠোৰ পৰিশ্ৰমৰ মাজতো আনন্দিত হৈ থাকিব।

তুলা: দিনটো মধ্যমীয়া। খং-ৰাগ নিয়ন্ত্ৰণ কৰক। শান্ত হৈ কৰ্ম কৰক। বহুতো ব্যক্তিৰ লগত বন্ধুত্ব গঢ়ি উঠিব পাৰে। নতুনকৈ পৰিকল্পনা নকৰিব।

বৃশ্চিকঃ দিনটো শুভ৷ কৰ্মত সফল। অৱশ্যে নিজৰ ভালৰ বাবে অলপো পলম নকৰাকৈ নিজেই পদক্ষেপ লোৱা উচিত। শান্ত হৈ কর্ম কৰক। খং-ৰাগৰ পৰা আঁতৰি থকাসকলে সফলতা লাভ কৰিব।

ধনুঃ দিনটো শুভ। মনৰ আশাৰ পূৰণ হ’ব। পুৰণি কৰ্ম সফলতাৰে সম্পন্ন হʼব।

মকৰঃ দিনটো মধ্যমীয়া৷ ভাগ্য আপোনাৰ পক্ষত নাই। ইয়াৰ প্ৰভাৱ ব্যক্তিগত জীৱনত পৰিব। অৱশ্যে কঠোৰ পৰিশ্ৰমৰ মাজতো আনন্দিত হৈ থাকিব।

কুম্ভঃ দিনটো শুভ৷ বন্ধুৰ সৈতে মতানৈক্য হ’ব পাৰে। প্ৰেমত শুভ। কৰ্ম জীৱনত ভাল পদোন্নতি হʼব৷ লক্ষ্যত সফল।

মীনঃ দিনটো কিছু কঠিন হ’ব। ব্যয় বৃদ্ধি। সতৰ্ক হওক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

BRICSৰ নতুন দিল্লী ঘোষণাত কি কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ?

BRICS-এ বৃদ্ধি পোৱা একপক্ষীয় শুল্ক আৰু অ-শুল্ক ব্যৱস্থাক লৈ...

২২ বছৰীয়া যুৱকে খেদি খেদি কৰিলে ভ/য়ং/কৰ কাণ্ড; কেলিফৰ্ণিয়াত ভাৰতীয় মূলৰ মহিলাৰ মৃ/ত/দে/হ উদ্ধাৰৰ পাছতে চাঞ্চল্য

কেলিফৰ্ণিয়াৰ ছেক্ৰামেণ্ট’ত মঙলবাৰে এখন ৰেষ্টুৰেণ্টৰ বাহিৰত ৩৮ বছৰীয়া ভাৰতীয়...

পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক কঠোৰ ভাষাৰে নিন্দা BRICSৰ সদস্য ৰাষ্ট্ৰসমূহৰ

ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত BRICS ২০২৬ সন্মিলনত সদস্য ৰাষ্ট্ৰসমূহে জম্মু-কাশ্মীৰৰ...

১৩১ বছৰীয়া অভিলেখ ভংগ কৰি ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰৰ চমক

ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰ মানৱ সুথাৰৰ দুৰ্দান্ত প্ৰদৰ্শন ।...