ৰহাত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত ৰোগীৰ মৃত্যু

ৰহাত আন এজন জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত ৰোগীৰ মৃত্যু। মৃত লোকজন ৰহাৰ দীঘলদৰিৰ চন্দ্ৰকান্ত নাথ (৫৪)।

দীৰ্ঘ দিন ধৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধী হৈ আছিল লোকজন। আৰোগ্য পথ নেদেখি পৰিয়ালে যোৱা নিশা দীঘলদৰিলৈ আনে আৰু নিশা নিজ ঘৰতেই মৃত্যু হয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

নেপালৰ গৃহমন্ত্ৰী সুদান গুৰুঙে কিয় পদত্যাগ কৰিলে?

নেপালৰ গৃহমন্ত্ৰী সুদান গুৰুঙে বুধবাৰে পদত্যাগ কৰিছে। তেওঁৰ পদত্যাগৰ...

আজিৰে পৰা ভক্তৰ বাবে মুকলি কৰা হ’ল কেদাৰনাথ ধামৰ দুৱাৰ

আজিৰে পৰা ভক্তৰ বাবে মুকলি কৰা হ'ল কেদাৰনাথ ধামৰ...

সাৱধান! গুৱাহাটীত ওলাইছে মেখেলা পিন্ধা চোৰ

বিহুৰ বতৰত ঘৰ এৰি যোৱাৰ পূৰ্বে এশবাৰ ভাবক। গুৱাহাটীত...

বিবাহযাত্ৰীৰ বাছ দুৰ্ঘটনাগ্ৰস্ত, নিহত ৬

শোকাৱহ পথ দুৰ্ঘটনাই জোকাৰিছে উত্তৰ প্ৰদেশৰ হাপুৰ। বিবাহযাত্ৰীৰ বাছ...