ৰাজ্যত পুনৰ জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ মৃত্যু এজনৰ

ৰাজ্যত পুনৰ জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ মৃত্যু এজনৰ । মৃত লোকজন জাগীৰোডৰ ভোগৰাম বৰা । জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ নগাঁওৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল ভোগৰাম বৰা । আজি পুৱা চিকিৎসাধীন অৱস্থাত মৃত্যু হয় লোকজনৰ ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দুৰ্গাপূজাৰ সপ্তমীত অতিৰিক্ত বন্ধ ঘোষণা; ১৭ অক্টোবৰত বন্ধ থাকিব ৰাজ্যৰ সকলো চৰকাৰী কাৰ্যালয়

দুৰ্গাপূজাৰ মহাসপ্তমী উপলক্ষে অসম চৰকাৰে ২০২৬ চনৰ ১৭ অক্টোবৰ,...