উত্তৰ পূৱ

সৰুসজাইত ৩০০ বিচনাযুক্ত ক’ভিড চিকিৎসালয় উদ্বোধন মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ

গুৱাহাটী, ১০ জুন, NKTV: নতুন ৰাজ্য চৰকাৰখনৰ প্রথম মাহপূর্তিৰ লগত সংগতি ৰাখি অসমৰ ক’ভিড-১৯ ব্যৱস্থাপনাক এক নতুন মাত্রা প্রদান কৰাৰ বাবে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব...

বিদ্যুৎ চুৰি সন্দৰ্ভত কি ক’লে শক্তি মন্ত্ৰী বিমল বৰাই

গুৱাহাটী, ১০ জুন, NKTV:বিজুলী ভৱনত শক্তি মন্ত্ৰী বিমল বৰাৰ সংবাদমেলৰ আয়োজনএই সংবাদমেলখনত প্ৰধান্য পোৱা বিষয় কেইটাঃ বিদ্যুৎ চুৰি ৰোধ কৰাৰ ক্ষেত্ৰত - APDCL,AEGCL,APGCL - এই তিনিওটা...

লংকাৰ কাকীত ক্ষোভিত ৰাইজে নগাঁওৰ সাংসদ প্ৰদ্যুৎ বৰদলৈক দিলে গ’ বেক’ ধ্বনি

গুৱাহাটী, ১০ জুন, NKTV:লংকাৰ কাকীত তিনি হাজাৰ বিঘাৰ ৰবৰ বাগানৰ উচ্ছেদিত পৰিয়ালৰ খবৰ ল'বলৈ গৈ উচ্ছেদিতৰ ক্ষোভৰ সন্মুখীন হ'ল সাংসদ প্ৰদ্যুৎ বৰদলৈ। যোৱা ৬ জুনত...

ন্যায় ব্যৱস্থা দ্রুততৰ কৰাৰ বাবে বিচক্ষণ আৰক্ষী ব্যৱস্থাপনাৰ ওপৰত গুৰুত্ব আৰােপ মুখ্যমন্ত্ৰীৰ

গুৱাহাটী, ৯ জুন, NKTV: ‘এক বিচক্ষণ আৰক্ষী ব্যৱস্থাপনা সু-প্ৰশাসনৰ ৰাজহাড় স্বৰূপ। এই ব্যৱস্থাই উন্নয়নৰ গতি দ্রুত কৰাৰ দিশত বিশেষ ভূমিকা পালন কৰে। আজি দিনজোৰা কাৰ্যসূচীৰে কাজিৰঙাত...

ৰায়মনাৰ পাছত দিহিং-পাটকাইক ৰাষ্ট্ৰীয় উদ্যান ঘোষণা

ৰাজ্যত গঠন হ’ল আৰু এখন নতুন ৰাষ্ট্ৰীয় উদ্যান ৰায়মনাৰ পাছত দিহিং-পাটকাইক ৰাষ্ট্ৰীয় উদ্যান ঘোষণা২৩৪ বৰ্গকিলোমিটাৰ এলেকা জুৰি বিস্তৃত এই বনাঞ্চলবৰ্ষাৰণ্যৰে সমৃদ্ধ এই ৰাষ্ট্ৰীয় উদ্যান...

Popular