উত্তৰ পূৱ

৬৭ বছৰীয়া হ’ল দেশবাসীৰ মৰমৰ অভিনেতা জেকী শ্ৰফ

৬৭ বছৰীয়া হ’ল দেশবাসীৰ মৰমৰ অভিনেতা জেকী শ্ৰফ। অভাৱ-অনাটনৰ মাজেৰে পাৰ হৈছিল জেকী শ্ৰফৰ শৈশৱ-কৈশোৰ। নানা সংঘাটকো নেওচি বলীউডত প্ৰতিষ্ঠিত হৈছিলহি জেকী শ্ৰফ। আজি...

ওদালগুৰিত ঘৰভৰি ফুলি থকা নিয়ৰমালতী ফুল চাবলৈ ৰাইজৰ ভিৰ

ওদালগুৰি জিলাৰ এখন ঘৰ আহিছে বিশেষভাৱে চৰ্চালৈ। ওদালগুৰিৰ ৪ নং ৰজাগড়ৰ এখন বিশেষ ঘৰ। ঘৰৰ গৰাকী এইজন হৰেশ্বৰ ডেকা। দিন হাজিৰা কৰা এই মানুহজনৰ...

ৰাজ্যত নতুন শিক্ষানীতি প্ৰৱৰ্তনৰ লক্ষ্যৰে শিক্ষাবিভাগৰ এই নৱসংযোজন

বহু নতুন নিয়মেৰে শেষ বাৰলৈ হ’ব মেট্ৰিক পৰীক্ষাOMR শ্বীটত হ’ব গণিত, ইংৰাজী বিষয়াৰ পৰীক্ষাসাধাৰণ বিজ্ঞান আৰু সমাজ বিজ্ঞানৰ পৰীক্ষাও হ’ব OMR শ্বীটতৰাজ্যত নতুন শিক্ষানীতি...

শিৱসাগৰৰ বিজি ৰোডত কিশোৰীক প্ৰহাৰ

CCTVত বন্দী সমগ্ৰ দৃশ্যদল-সংগঠনৰ প্ৰতিবাদদোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী এগৰাকী কিশোৰীক এইদৰেই প্ৰহাৰ কৰিছে পিতা-পুত্ৰই। সামান্য কথা আক্ৰমণ কিশোৰীগৰাকীক। শিৱসাগৰ বি.জি ৰোডৰ তাবাচুম বেগম নামৰ...

গৰু চুৰিৰ সন্দেহত ৪ যুৱকক গণপ্ৰহাৰ

নলবাৰীৰ দোকোহাত পুৱতি নিশা ভয়ংকৰ কাণ্ডGMCHত জীৱন মৃত্যৰে যুঁজিছে চাৰিজন যুৱকে ৰাজ্যৰ গাঞে-ভূঞে এটা ভয়ংকৰ প্ৰৱণতাই গা কৰি উঠিছে। আইন হাতত তুলি লোৱাৰ প্ৰৱণতা। কাৰোবাৰ...

Popular