উত্তৰ পূৱ

সীমা চুক্তি হ’লেও সীমান্তত কমা নাই উত্তেজনা

সীমা চুক্তি হ’লেও সীমান্তত কমা নাই উত্তেজনাপুনৰ উত্তপ্ত অসম-অৰুণাচল সীমান্তলখিমপুৰ সীমান্তৰ ৰঙা সংৰক্ষিত বনাঞ্চলত অৰুণাচলীৰ আগ্ৰাসন দিল্লীত গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত অসম আৰু অৰুণাচলৰ মুখ্যমন্ত্ৰীয়ে...

মিজোৰামৰে ৰে’ল সংযোগৰ আটাইতকৈ ওখ ব্রীজ পিয়েৰৰ অভিনৱ নিৰ্মাণ সম্পূৰ্ণ

ভাৰত চৰকাৰৰ সকলো উন্নয়নমূলক কার্যসূচীত উত্তৰ-পূৰ্ব্বাঞ্চলৰ এক বিশেষ স্থান আছে। ভাৰতীয় ৰেলৱেই কেইবাটাও নতুন ৰেলপথ প্ৰকল্পৰ কাম বাস্তৱায়নৰ দ্বাৰা উত্তৰ পূৰ্ব্বাঞ্চলৰ ৰাজ্যসমূহৰ ৰূপান্তৰণৰ দিশত...

ফেশ্যন আৰু গ্লেমাৰৰ জগতত সংযুক্তা দত্তৰ গৌৰৱোজ্বল ১০ বছৰ

ফেশ্বন আৰু গ্লেমাৰৰ জগতত আজি গৌৰৱোজ্জল ১০টা বছৰ সম্পূৰ্ণ কৰে অসম কণ্যা তথা খ্যাতিমান ডিজাইনাৰ সংযুক্তা দত্তই। এই দহ বছৰীয়া যাত্ৰাক উদযাপনৰ বাবে গুৱাহাটীৰ...

চিজুছা অঞ্চলৰ সীমা সমস্যা সমাধানত গুৰুত্ব অসম-অৰুণাচল চৰকাৰৰ

অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই আজি অসম আৰু অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী চিজুছা অঞ্চল ভ্ৰমণ কৰি অৰুণাচল প্ৰদেশৰ মন্ত্ৰী মামা...

দেশত ঋণ লোৱা শীৰ্ষ ১০ খন ৰাজ্যৰ ভিতৰত নাম নাই অসমৰঃ মন্ত্ৰী পীযুষ হাজৰীকা

ঋণ লোৱাৰ শীৰ্ষত আছে অখিল গগৈয়ে আদৰ্শ হিচাপে মনা ৰাজ্যৰহেঃ মন্ত্ৰী পীযুষ হাজৰীকা দেশত ঋণ লোৱা শীৰ্ষ ১০ খন ৰাজ্যৰ ভিতৰত অসমৰ নাম নাই। ঋণ...

Popular