উত্তৰ পূৱ

এছিয়ান গেমছত নিষিদ্ধ অৰুণাচলী এথলীট

অৰুণাচল প্ৰদেশ ভাৰতৰ নহয়। এই দাবীৰে তিনিগৰাকী অৰুণাচলী খেলুৱৈক ভিছা প্ৰদান নকৰি দেশখনত প্ৰৱেশত বাধা দিলে চীন চৰকাৰে। শনিবাৰে আনুষ্ঠানিক উদ্বোধন হ’বলগীয়া হাংঝৌ এছিয়ান...

ঘৰৰ পৰা ওলালে ছাতি ল’বলৈ একদম নাপাহৰিব!

অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যত আগন্তুক ৫ দিনলৈ ধাৰাসাৰ বৰষুণ অহাৰ সম্ভাৱনা। বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আজিৰে পৰা অহা ২৪ ছেপ্টেম্বৰলৈ অসমৰ...

শেৱালিৰ ঔষধি গুণসমূহৰ বিষয়ে জানেনে?

আহিনৰ আচলত ধৰি ধৰাৰ বুকুলৈ আকৌ আহিল শৰৎ। শৰৎ অহাৰ বতৰা লৈ আকৌ ফুলি উঠিল শেৱালি ফুল। শৰতৰ আগমনত প্ৰস্ফুতিত হোৱা শেৱালি আৰু ইয়াৰ...

ৰে’লৰ পাছফালে ‘X’ চিহ্নটো কিয় থাকে জানেনে?

আপুনিও নিশ্চয় জীৱনত এবাৰ হলেও ৰে'লেৰে যাত্ৰা কৰিছে। আপুনিও হয়তো ৰে'লৰ পাছফালে থকা 'X' চিহ্নটো দেখিছে। কিন্তু আপুনি বাৰু জানেনে ৰে'লৰ পাছফালে 'X' চিহ্নটো...

হিংসাজৰ্জৰ মণিপুৰৰ পৰা আছাম ৰাইফলছক অপসাৰণৰ দাবী

হিংসাজৰ্জৰ মণিপুৰৰ পৰা আছাম ৰাইফলছক অপসাৰণৰ দাবীপ্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙক সাক্ষাৎ কৰি এই দাবী মেইটেই সংগঠন COCOMIৰবিগত গোষ্ঠীসংঘৰ্ষত আছাম ৰাইফলছে পক্ষপাতিত্ব কৰাৰ অভিযোগবিপৰীতে মণিপুৰৰ...

Popular