অসমত হোৱা নাই অমিক্ৰনৰ সংক্ৰমণ

  • অসমত ধৰা পৰা নাই অমিক্ৰনৰ সংক্ৰমণ
  • তেজপুৰৰ এক ভুৱা খবৰক লৈ ৰাজ্যজুৰি চাঞ্চল্য
  • চৌদি আৰৱৰ পৰা অহা লোকজন আক্ৰান্ত ক’ভিডত
  • ক’ভিডত আক্ৰান্ত হোৱাৰ খবৰকে অমিক্ৰণত আক্ৰান্ত হোৱা বুলি ভুৱা খবৰ বিয়পিল
  • সাধাৰণ পৰীক্ষাগাৰত অমিক্ৰনৰ পৰীক্ষণ সম্ভৱ নহয়
  • দেওবাৰৰ দিনটোত পুনৰ ৩ জন লোক নতুনকৈ আক্ৰান্ত অমিক্ৰণত
  • আক্ৰান্ত লোক কেইজন চণ্ডীগড়, অন্ধ্ৰ প্ৰদেশ আৰু কৰ্ণাটকৰ
  • তিনিওজন লোকেই আহিছিল বিদেশ ভ্ৰমণৰ পৰা
  • বৰ্তমানলৈকে ভাৰতত অমিক্ৰণ ধৰা পৰিছে মুঠ ৩৬ জন লোকৰ দেহত
  • অসমে অমিক্ৰণৰ বিৰুদ্ধে যুঁজিবলৈ স্বাস্থ্য বিভাগ সম্পূৰ্ণৰূপে সাজু
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণ–ইজৰাইলৰ যুদ্ধক লৈ উদ্বিগ্ন ভাৰত

ইৰাণ–ইজৰাইলৰ যুদ্ধক লৈ উদ্বিগ্ন ভাৰত। ইৰাণৰ পাৰমাণৱিক কেন্দ্ৰত আমেৰিকাই...

হঠাতে চেনি খোৱা বন্ধ কৰিলে শৰীৰত কি কি সমস্যা হ’ব পাৰে?

চেনি নোখোৱাটো সদায় স্বাস্থ্যৰ বাবে ভাল। কিন্তু হঠাৎ চেনি...

ইৰাণৰ পাৰমাণৱিক কেন্দ্ৰত আমেৰিকাৰ আক্ৰমণৰ পিছতে প্ৰকাশ পালে উপগ্ৰহৰ প্ৰথমখন ছবি

দেওবাৰ পুৱতি নিশা (ভাৰতীয় সময় অনুসৰি) ইৰাণৰ তিনিটা পৰমাণু...

এয়াৰ ইণ্ডিয়াৰ বিমানত বোমাতংক

এয়াৰ ইণ্ডিয়াৰ বিমানত বোমাতংক। ইংলেণ্ডৰ বাৰ্মিংহামৰ পৰা বিমানখন দিল্লীলৈ...