Browsing Category

ৰাষ্ট্ৰীয়

অন্ত পৰিল লোকসভাৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিল প্ৰক্ৰিয়া

বৃহস্পতিবাৰে অন্ত পৰিল লোকসভাৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিল প্ৰক্ৰিয়া। দেশৰ ১৩খন ৰাজ্যৰ ৮৯খন আসনৰ বাবে অন্তিম দিনা

অৰবিন্দ কেজৰিৱালক সকাহ দিলে দিল্লী উচ্চ ন্যায়ালয়ে

অৰবিন্দ কেজৰিৱালক সকাহ দিলে দিল্লী উচ্চ ন্যায়ালয়ে। কাৰাগাৰত থাকিও দিল্লীৰ মুখ্যমন্ত্ৰীৰূপে কাৰ্যনিৰ্বাহ কৰি যোৱাত কোনো অসুবিধা

বিজেপিত যোগ দিলে কংগ্ৰেছৰ প্ৰাক্তন মুখপাত্ৰ গৌৰৱ বল্লভে

বিজেপিত যোগ দিলে কংগ্ৰেছৰ প্ৰাক্তন মুখপাত্ৰ গৌৰৱ বল্লভে। বৃহস্পতিবাৰে নতুন দিল্লীত এক অনুষ্ঠানত বিজেপিত যোগদান কৰে কংগ্ৰেছী

বৃহৎ ভূমিকম্পই জোকাৰি গ’ল দ্বীপ ৰাষ্ট্ৰ টাইৱান

মুহূৰ্ততে নামি আহিল বিভীষিকা। কেইছেকেণ্ডমানৰ ভিতৰতেই তচনচ হৈ গল সকলো। বৃহৎ ভূমিকম্পই জোকাৰি গ’ল দ্বীপ ৰাষ্ট্ৰ টাইৱান। ৩৬,১৯৭ বৰ্গ

বিশাল ৰেলীৰে ৱাইনাড়ত মনোনয়ন ৰাহুল গান্ধীৰ

বিশাল ৰেলীৰে ৱাইনাড়ত মনোনয়ন ৰাহুল গান্ধীৰপ্ৰিয়ংকা গান্ধীসহ কংগ্ৰেছৰ ৰথী-মহাৰথীয়ে অংশ ল’লে মনোনয়ন যাত্ৰাত‘এই নিৰ্বাচন দেশৰ

ৰাজ্যসভাৰ সাংসদ পদৰ পৰা অৱসৰ প্ৰাঃ প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙৰ

ৰাজ্যসভাৰ সাংসদ পদৰ পৰা অৱসৰ প্ৰাঃ প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙৰ৩৩ বছৰ ধৰি একেৰাহে ৰাজ্যসভাৰ সাংসদ হৈ আছিল ড০ মনমোহন সিংঅসমৰ পৰাও

ফ্লাইঅ’ভাৰ পাইছে, ভিন্ন আঁচনি পাইছে, হৈ গৈছে ঋণ পৰ্যন্ত মাফ!

দেশে যিমানেই উন্নয়নৰ জখলা বগাইছে, সিমানেই দাম বাঢ়িছে জীৱনৰ। জীয়াই থাকিবলৈ দুবাৰ চিন্তা কৰিবলগীয়া হৈছে দুখীয়া নিচলা আৰু খাটি খোৱা

টেনিছ জীৱনৰ শেষ প্ৰান্ততো উজলি উঠিছে ৰোহণ বোপান্না

টেনিছ জীৱনৰ শেষ প্ৰান্ততো উজলি উঠিছে ৰোহণ বোপান্নাঅষ্ট্ৰেলিয়াৰ মেথিউ এবডেনৰ সৈতে যুটি বান্ধি মিয়ামি অপেন টেনিছত চেম্পিয়নফাইনেলত

ভাৰতৰত্ন সন্মানেৰে বিভূষিত লালকৃষ্ণ আদৱানী

ভাৰত ৰত্ন সন্মানেৰে বিভূষিত হ’ল প্ৰাক্তন উপ প্ৰধানমন্ত্ৰী তথা বৰ্ষীয়ান বিজেপি নেতা লালকৃষ্ণ আদৱানী। দেওবাৰে আদৱানীৰ দিল্লীৰ