ৰাষ্ট্ৰীয়

উত্তৰ-পূৰ্বাঞ্চলৰ যোগাযোগ ব্যৱস্থাত আহিব পাৰে বৃহৎ পৰিৱৰ্তন, মাত্ৰ ৬ ঘণ্টাত বুলেট ট্ৰেইনেৰে দিল্লীৰ পৰা গুৱাহাটীলৈ কৰিব পাৰিব যাত্ৰা; দিল্লী-শিলিগুৰি-গুৱাহাটী কৰিড’ৰৰ পৰিকল্পনাক অনুমোদন প্ৰধানমন্ত্ৰীৰ

দিল্লীৰ পৰা শিলিগুৰি হৈ গুৱাহাটীলৈ সংযোগ স্থাপন কৰিবলগীয়া উত্তৰ বুলেট ট্ৰেইন কৰিড’ৰত অনুমোদন জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। কালি বাৰাণসীত এই কথা সদৰী কৰে কেন্দ্ৰীয়...

বায়ুমণ্ডলত ভয়ংকৰ হাৰত বৃদ্ধি পাইছে গ্ৰীনহাউছ গেছৰ পৰিমাণ! উষ্ণতাই ভংগ কৰিছে এটাৰ পিছত আনটো অভিলেখ, বিশ্ববাসীলৈ সতৰ্কবাণী বতৰ বিজ্ঞান সংস্থাৰ

পৃথিৱীৰ ওপৰত ক্ৰমাৎ অধিক ভয়াৱহ হৈ পৰিছে গোলকীয় উষ্ণায়নৰ প্ৰভাৱ। বায়ুমণ্ডলত এটাৰ পিছত আন এটা অভিলেখ ভংগ কৰিছে গ্ৰীনহাউছ গেছৰ ঘনত্বই। ২০২৫ চনত বায়ুমণ্ডলত...

৩৬খন বিলাসী ভিলা, ৫.৫২ কোটি টকাৰ সম্পত্তি! দুৰ্নীতিৰ অভিযোগত ৰাজস্থানৰ IAS-IPS দম্পতীৰ বিৰুদ্ধে ACBৰ তদন্ত

ৰাজস্থানৰ এগৰাকী জ্যেষ্ঠ IAS বিষয়া শিখৰ আগৰৱালৰ বিৰুদ্ধে নিজৰ চৰকাৰী পদবীৰ অপব্যৱহাৰ কৰি এটা ব্যক্তিগত হোটেল আৰু পৰ্যটন ব্যৱসায়িক প্ৰতিষ্ঠানক অনৈতিকভাৱে সুবিধা প্ৰদান কৰাৰ...

বংগোপসাগৰত পুনৰ শক্তিশালী ঘূৰ্ণীবতাহৰ আশংকা, ৩ নৱেম্বৰত অন্ধ্ৰপ্ৰদেশত খুন্দা মৰাৰ সম্ভাৱনা! ঘণ্টাত ১১০ কিলোমিটাৰ বেগেৰে বলিব ধুমুহা, সতৰ্ক বতৰ বিজ্ঞান বিভাগৰ

বংগোপসাগৰত সৃষ্টি হোৱা গভীৰ নিম্নচাপ ক্ৰমাৎ শক্তিশালী হৈ ভয়াৱহ ঘূৰ্ণীবতাহত পৰিণত হোৱাৰ সম্ভাৱনা আছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে (IMD) শনিবাৰে প্ৰকাশ কৰা বতৰৰ বুলেটিন...

নতুন পৰ্যটন বৰ্ষত পৰ্যটকৰ বাবে মুকলি কাজিৰঙাৰ হাতী ছাফাৰী; হস্তী পূজাৰে কাজিৰঙাত হাতী ছাফাৰীৰ শুভাৰম্ভণি

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আৰম্ভ ২০২৬-২৭ পৰ্যটন বৰ্ষৰ হাতী চাফাৰী। পৰম্পৰাগত হস্তী পূজাৰে আৰম্ভ কৰা হয় হাতী চাফাৰী। কজিৰঙাৰ DFO অৰুণ ভিগনেশে মুকলি কৰে এই...

Popular