ৰাষ্ট্ৰীয়

শিশু অৱস্থাৰে পৰা বিশ্বজুৰি চৰ্চিত কেইগৰাকীমান কিশোৰ-কিশোৰী

বিশ্বৰ কেইজনমান বিস্ময়কৰ শিশুনিজৰ মেধা-কৰ্মশক্তিৰে চৰ্চাত…শিশু অৱস্থাতে কিদৰে অৰ্জন কৰিছে জ্ঞান? কেইজনমান কণমানিৰ জ্ঞানৰ ভাণ্ডাৰে আলোড়নৰ সৃষ্টি কৰিছে সমগ্ৰ বিশ্বত। তেওঁলোকৰ মগজু ইমানেই শক্তিশালী যে...

শুভ্ৰ বৰফৰ মাজত যোগ সাধনা কৰা কোন এইজন যোগী? ক’ত কৰিছে এই যোগ সাধনা?

শেহতীয়াকৈ এটা ভাইৰেল ভিডিঅ’ক লৈ বিশ্বজুৰি অব্যাহত আছে চৰ্চা। য’ত দেখা গৈছিল তুষাৰাবৃত হিমালয়ত এজন যোগীৰ যোগ সাধনা। বৰফৰ আস্বাদনৰ মাজত গভীৰ ধ্যানত মগ্ন...

গুজৰাটত সুদৰ্শন সেতু মুকলি কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

গুজৰাটত সুদৰ্শন সেতু মুকলি কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। দেশৰ দীৰ্ঘতম ‘কেবল ব্ৰীজ’ ২.৩ কিঃমিঃ দৈৰ্ঘৰ এই সুদৰ্শন সেতু। দ্বাৰকা দ্বীপৰ সৈতে ওখাক সংযোগ কৰিছে...

শোকাৱহ দুৰ্ঘটনাত বিধায়কৰ মৃত্যু

তেলেংগনাত দুৰ্ঘটনাত পতিত হৈ মৃত্যু BRSৰ বিধায়িকা লস্যা নন্দিতাৰএখন সভালৈ গৈ থাকোঁতেই বিধায়িকাৰ গাড়ীৰ খুন্দা পথৰ বেৰিকেডতঘটনাত শোকপ্ৰকাশ তেলেংগনাৰ মুখ্যমন্ত্ৰী এ ৰেৱন্ত ৰেড্ডীৰদুৰ্ঘটনাটোত বাহনখনৰ...

বিৰাট-অনুস্কাই দ্বিতীয় সন্তানৰ নাম ৰাখিলে ‘অকায়’, এই ‘অকায়’ নামটোৰ অৰ্থ জানেনে?

বিৰাট-অনুস্কাৰ জীৱনলৈ আহিল দ্বিতীয়টি সন্তান। অভিনেত্ৰী অনুস্কা শৰ্মা আৰু ক্ৰিকেটাৰ বিৰাট কোহলীৰ জীৱনলৈ আহিল দ্বিতীয়টি সন্তান। তেওঁলোকৰ প্ৰথম কন্যা সন্তান ভামিকাৰ পাছতে এইবাৰ তেওঁলোকৰ...

Popular