শোকাৱহ দুৰ্ঘটনাত বিধায়কৰ মৃত্যু

তেলেংগনাত দুৰ্ঘটনাত পতিত হৈ মৃত্যু BRSৰ বিধায়িকা লস্যা নন্দিতাৰ
এখন সভালৈ গৈ থাকোঁতেই বিধায়িকাৰ গাড়ীৰ খুন্দা পথৰ বেৰিকেডত
ঘটনাত শোকপ্ৰকাশ তেলেংগনাৰ মুখ্যমন্ত্ৰী এ ৰেৱন্ত ৰেড্ডীৰ
দুৰ্ঘটনাটোত বাহনখনৰ চালকো গুৰুতৰভাবে আহত
যোৱাবছৰ ফেব্ৰুৱাৰী মাহত লস্যাই হেৰুৱাইছিল পিতৃক
বিধায়িকা নিৰ্বাচিত হোৱাৰ পাছতেই জনপ্ৰিয় হৈ পৰিছিল নেত্ৰীগৰাকী

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দিল্লীৰ দুখন বিদ্যালয়লৈ বোমা বিস্ফোৰণৰ ভাবুকি; ঘটনাস্থলীত উপস্থিত আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনী

ৰাজধানী দিল্লীৰ দুখন আগশাৰীৰ বিদ্যালয়লৈ বোমা বিস্ফোৰণৰ ভাবুকি অহাৰ...

জিম্বাব’ৱেৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত আজি অভিষেক জিণ্টীমণি কলিতাৰ

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ মূল একাদশত অসমৰ জিণ্টীমণি। জিম্বাব’ৱেৰ...

ফ্ৰেন্স অপেন বেডমিণ্টনত যুঁজ দিও পৰাস্ত হ’ল অস্মিতা

ফ্ৰেন্স অপেন বেডমিণ্টনত যুঁজ দিও পৰাস্ত হ’ল অস্মিতা। আজি...