গুজৰাটত সুদৰ্শন সেতু মুকলি কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

গুজৰাটত সুদৰ্শন সেতু মুকলি কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। দেশৰ দীৰ্ঘতম ‘কেবল ব্ৰীজ’ ২.৩ কিঃমিঃ দৈৰ্ঘৰ এই সুদৰ্শন সেতু।

দ্বাৰকা দ্বীপৰ সৈতে ওখাক সংযোগ কৰিছে এই সেতুৱে। ৯৭৯ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ সম্পূৰ্ণ কৰি তোলা হৈছে সুদৰ্শন সেতুৰ।

প্ৰধানমন্ত্ৰীয়ে নিজেই ২০১৭ৰ অক্টোবৰত সুদৰ্শন সেতুৰ আধাৰশিলা স্থাপন কৰিছিল। সেতুখন মুকলি কৰি দ্বাৰকাধীশ মন্দিৰত সেৱাও জনালে প্ৰধানমন্ত্ৰী মোদীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ম্যানমাৰত নগা উগ্ৰপন্থীৰ শিবিৰত ভয়ংকৰ আক্ৰমণ, নিহত ৩৬ উগ্ৰপন্থী

ম্যানমাৰ সেনাই নগা উগ্ৰপন্থীৰ বিৰুদ্ধে চলোৱা এক ভয়ংকৰ সামৰিক...

সন্মুখত দুই লাখ নিযুক্তিৰ লক্ষ্য, HBS 2.0ৰ প্ৰথম নিযুক্তি সমাৰোহত ৪৩৯গৰাকীক নিযুক্তি পত্ৰ প্ৰদান মুখ্যমন্ত্ৰীৰ

ৰাজ্যত চৰকাৰী নিযুক্তিৰ ধাৰা অব্যাহত ৰাখি মুখ্যমন্ত্ৰী ড° হিমন্ত...