মহানগৰীৰ বৰাগাঁৱত চাঞ্চল্যকৰ ঘটনা

মহানগৰীৰ বৰাগাঁৱত চাঞ্চল্যকৰ ঘটনা। ভাতৃৰ চোকা অস্ত্ৰৰ আঘাতত গুৰুতৰভাৱে আহত কনিষ্ঠ ভাতৃ। পাৰিবাৰিক সংঘাতৰ বাবে পৰিস্থিতিৰ উদ্ভৱ। ককায়েক কমলৰ আঘাতত মৃত্যুৰ ক্ষণ গণিছে ভাতৃ কৰ্ণই। সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰ্ণক। ঘটনাস্থলীত উপস্থিত হৈছে গড়চুক আৰক্ষী।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এছিয়ান গেমছত ভাৰতৰ তৃতীয়টো পদক; পুৰুষৰ ১০ মিটাৰ এয়াৰ ৰাইফল দলীয় ইভেণ্টত ভাৰতৰ ৰূপৰ পদক

আইচি-নাগোয়া এছিয়ান গেমছত পদক অভিযান অব্যাহত ৰাখিছে ভাৰতে। পুৰুষৰ...

ৰাছিয়াত ১,০০০তকৈও অধিক ড্ৰোন আক্ৰমণ ইউক্ৰেইনৰ; মস্কোত ইতিহাসৰ আটাইতকৈ বৃহৎ আক্ৰমণ

ইউক্ৰেইনৰ সশস্ত্ৰ বাহিনীয়ে ৰাছিয়াৰ বিভিন্ন প্ৰান্তত ১,০০০তকৈও অধিক ড্ৰোনৰে...