ৰাষ্ট্ৰীয়

শেষ পৰ্যায়ৰ নিৰ্বাচন পৰ্যন্ত কাৰাগাৰৰ বাহিৰত থাকিব কেজৰিৱাল

অন্তৱৰ্তীকালীন জামিন লাভ অৰবিন্দ কেজৰিৱালৰউচ্চতম ন্যায়ালয়ে অৱশেষত অন্তৱৰ্তীকালীন জামিন দিলে কেজৰিৱালকশেষ পৰ্যায়ৰ নিৰ্বাচন পৰ্যন্ত কাৰাগাৰৰ বাহিৰত থাকিব কেজৰিৱাল লোকসভা নিৰ্বাচনৰ মাজতে বিৰোধী শিবিৰলৈ বৃহৎ সকাহ।দিল্লীৰ...

পদব্ৰজে ভোট দিবলৈ আহিল প্ৰধানমন্ত্ৰী

ভোট কেন্দ্ৰৰ বাহিৰত সমৰ্থকৰ পাৰভঙা উছাহ ভোট কেন্দ্ৰলৈ প্ৰধানমন্ত্ৰীক আদৰি আনিলে গৃহমন্ত্ৰী অমিত শ্বাহে গুজৰাটৰ আহমেদাবাদত ভোট দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশত মঙলবাৰে অনুষ্ঠিত হোৱা তৃতীয় পৰ্যায়ৰ...

এইকেইদিন ছ’চিয়েল মিডিয়াত চাগৈ আপোনালোকে দেখিছে এটা ভিডিঅ’

এইকেইদিন ছ'চিয়েল মিডিয়াত চাগে আপোনালোকে দেখিছে এটা ভিডিঅ'। হাজাৰ-হাজাৰ দৰ্শকেৰে ভৰি থকা মঞ্চত বিশেষ ভংগীমাৰে নাচি নাচি আগুৱাই গৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, মুখ্যমন্ত্ৰী হিমন্ত...

কেজৰিৱালৰ জামিন আবেদনৰ ৰায়ত স্থগিতাদেশ

উচ্চতম ন্যায়ালয়ত শুনানিৰ পিছতো ৰেহাই নাপালে কেজৰিৱালেকেজৰিৱালৰ জামিন আবেদনৰ ৰায়ত স্থগিতাদেশজামিন সন্দৰ্ভত ৯ মে’ত সিদ্ধান্ত দিব উচ্চতম ন্যায়ালয়েঅন্তৱৰ্তী জামিন পালেও চৰকাৰী কাম-কাজত হাত দিব...

ৰাজ্যপালৰ যৌন কেলেংকাৰিৰ অভিযোগৰ তদন্ত!

ৰাজ্যপালৰ যৌন কেলেংকাৰিৰ অভিযোগৰ তদন্ত!পশ্চিমবংগ আৰক্ষীয়ে বিচাৰিছে ৰাজভৱনৰ CCTV ফুটেজতদন্তৰ বাবে গঠন কৰা হৈছে Special Enquiry Team (SET) পশ্চিমবংগৰ ৰাজ্যপাল চিভি আনন্দ ‍‍বসুৰ বিৰুদ্ধে উঠা...

Popular