কেজৰিৱালৰ জামিন আবেদনৰ ৰায়ত স্থগিতাদেশ

0 168

উচ্চতম ন্যায়ালয়ত শুনানিৰ পিছতো ৰেহাই নাপালে কেজৰিৱালে
কেজৰিৱালৰ জামিন আবেদনৰ ৰায়ত স্থগিতাদেশ
জামিন সন্দৰ্ভত ৯ মে’ত সিদ্ধান্ত দিব উচ্চতম ন্যায়ালয়ে
অন্তৱৰ্তী জামিন পালেও চৰকাৰী কাম-কাজত হাত দিব নোৱাৰিব কেজৰিৱালে
শুনানিৰ পিছতে স্পষ্ট কৰিলে উচ্চতম ন্যায়ালয়ে
কেজৰিৱালৰ ন্যায়িক জিম্মাৰ ম্যাদ বৃদ্ধি ৰাউছ এভিনিউ আদালতৰ
২০ মে’লৈ বৃদ্ধি কেজৰিৱালৰ ন্যায়িক জিম্মাৰ ম্যাদ
আবকাৰী কেলেংকাৰি গোচৰত ২১ মাৰ্চত গ্ৰেপ্তাৰ হৈছিল কেজৰিৱাল

Leave A Reply

Your email address will not be published.