ৰাষ্ট্ৰীয়

২১ ফেব্ৰুৱাৰীত ফাৰহান আখতাৰ আৰু শিবানীৰ বিয়া!

কবি, গীতিকাৰ আৰু চিত্ৰনাট্যকাৰ জাভেদ আখতাৰে নিশ্চিত কৰিছে যে তেওঁৰ পুত্ৰ ফাৰহান আখতাৰে তেওঁৰ প্ৰেমিকা শিবানী দাণ্ডেকাৰক বিয়া কৰাবলৈ সাজু হৈছে, বিগত প্ৰায় চাৰিটা...

আজি বিশ্ব কৰ্কট ৰোগ দিৱস

আজি বিশ্ব কৰ্কট ৰোগ দিৱস। প্ৰতিবছৰে ৪ ফেব্ৰুৱাৰী দিনটোত পালন কৰা হয় এই দিৱস। কৰ্কট দিৱস উপলক্ষে বি বৰুৱা কেন্সাৰ ইনষ্টিটিউটৰ বিশেষ পদক্ষেপ। কৰ্কট...

বেইজিঙৰ শীতকালীন অলিম্পিক কূটনৈতিকভাৱে বৰ্জন ভাৰতৰ!

বেইজিঙৰ শীতকালীন অলিম্পিক কূটনৈতিকভাৱে বৰ্জন ভাৰতৰশুকুৰবাৰৰ পৰা আৰম্ভ হব শীতকালীন অলিম্পিকউদ্বোধনী আৰু সামৰণি অনুষ্ঠানত উপস্থিত নাথাকে ভাৰতৰ ৰাষ্ট্ৰদূতচীনা সৈন্যই অৰুণাচল প্ৰদেশৰ যুৱকক হাৰশাস্তি কৰাৰ...

এইবাৰৰ বাজেটত আপুনি জানিবলগীয়া কথা কেইটা

চলিত বৰ্ষটোত ভাৰতৰ অৰ্থনৈতিক বিকাশ ৯.২ শতাংশ হ'ব বুলি অনুমান কৰা হৈছে, যি সকলো বৃহৎ অৰ্থনীতিৰ ভিতৰত সৰ্বাধিক। মহামাৰীটোৰ প্ৰতিকূল প্ৰভাৱৰপৰা অৰ্থনীতিৰ সামগ্ৰিক, তীব্ৰ...

কেন্দ্ৰীয় বাজেট ২০২২-২৩ৰ সাৰাংশ

চৰকাৰে সমবায় সমিতি আৰু কোম্পানীসমূহৰ মাজত এক সমন্বয় স্থাপন কৰাৰ বাবে সমবায় সমিতিসমূহৰ বাবে বৈকল্পিক নিম্নতম কৰ হাৰ বৰ্তমানৰ ১৮.৫ শতাংশৰ পৰা ১৫ শতাংশলৈ...

Popular