এতিয়াৰ পৰা চালকৰ লাইচেন্সৰ বাবে প্ৰয়োজন নহ’ব RTOৰ অনুমোদন

১ জুনৰ পৰা দেশত প্ৰযোজ্য হ’ব গাড়ীচালনাৰ নতুন নীতি
এতিয়াৰ পৰা চালকৰ লাইচেন্সৰ বাবে প্ৰয়োজন নহ’ব RTOৰ অনুমোদন
লাইচেন্স দিব অনুমোদনপ্ৰাপ্ত ব্যক্তিগত গাড়ীচালনা প্ৰশিক্ষণ কেন্দ্ৰই
এখন গাড়ীচালনাৰ প্ৰমাণ পত্ৰৰ বাবে কমপক্ষেও ৪ সপ্তাহৰ ল’ব লাগিব প্ৰশিক্ষণ
ট্ৰাক-বাছ চলাবলৈ কমপক্ষেও ৬ সপ্তাহৰ প্ৰশিক্ষণ ল’ব লাগিব
বিভিন্ন প্ৰান্তত ব্যক্তিগত গাড়ীচালনা প্ৰশিক্ষণ কেন্দ্ৰৰ অনুমোদন দিব চৰকাৰে
চালকৰ অনুজ্ঞাপত্ৰ নোহোৱাকৈ গাড়ী চলালে আপুনি ভৰিব লাগিব ২,০০০ টকা
পূৰ্বতে এই জৰিমনাৰ পৰিমাণ আছিল ১,০০০ টকা
নাবালকে গাড়ী চলালে অভিভাৱকে ভৰিব লাগিব ২৫,০০০ টকা পৰ্যন্ত ফাইন
গাড়ীচালনাৰ অনুজ্ঞাপত্ৰ লাভ বিষয়টো সৰলীকৃত কৰাৰব বাবে এই ব্যৱস্থা

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আতচবাজী ব্যৱহাৰক লৈ উচ্চতম ন্যায়ালয়ৰ ডাঙৰ সিদ্ধান্ত; নিৰ্দিষ্ট সময়তহে ব্যৱহাৰ কৰিব পাৰিব আতচবাজী

আতচবাজীৰ ওপৰত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ নকৰে উচ্চতম ন্যায়ালয়ে। অৱশ্যে...

২৩ বছৰৰ পাছত ইৰাক এৰিলে আমেৰিকান সেনাই; নিৰাপত্তাক লৈ সৃষ্টি হৈছে নতুন শংকা

২৩ বছৰৰ পাছত ইৰাকৰ পৰা সম্পূৰ্ণৰূপে আমেৰিকান সেনা প্ৰত্যাহাৰ...

ফ্লাইডুবাই নামৰ যাত্ৰীবাহী বিমানত পাইলটৰ মাজত মাৰপিট, ছৌদি আৰৱত জৰুৰী অৱতৰণ

ফ্লাইডুবাই FZ1073 বিমানখনত সংঘটিত হোৱা ভয়ংকৰ ঘটনাক লৈ চাঞ্চল্যকৰ...