কিমান দাম হ’ব পাৰে ধোনীৰ সেই বিশেষ বেটখনৰ?

ভাৰতীয় ক্ৰিকেট দলটোৱে ১৯৮৩ চনত বিশ্বকাপ জয় হোৱাৰ ২৮ পিছত পুনৰ ২০১১ চনত এদিনীয়া বিশ্বকাপ ক্ৰিকেটত জয় হৈ গৌৰৱ কঢ়িয়াই আনিছিল দলটোৱে। মহেন্দ্ৰ সিং ধোনীৰ অধিনায়কত জয় হয় ভাৰতীয় ক্ৰিকেট দলটোৱে। ভাৰতীয় ক্ৰিকেট দলত যথেষ্ট অৰিহণা আছে ধোনীৰ। ২০১১ চনত দলটোৱে শ্ৰীলংকাক পৰাস্তত কৰি জয় হৈছিল। সেই খেলখনত ধোনীযে ব্যৱহাৰ কৰা বেটখন এইসময়ত সৰ্বাধিক দামী বেট। সেই বেটেৰে ধোনীয়ে ২০১১ চনৰ বিশ্বকাপত ৯১ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয়। ধোনীৰ নেতৃত্বত ভাৰতী ক্ৰিকেট দলটোৱে ২০০৭ চনত ICC টি-২০ বিশ্বকাপ, ২০১১ ত এদিনীয়া বিশ্বকাপ আৰু ২০১৩ চনত ICC চেম্পিয়ন ট্ৰফি জয় কৰিবলৈ সক্ষম হৈছিল।

A Century Of Half Centuries: A Feat Only MS Dhoni Could Achieve - Playo

লণ্ডনৰ এক নিলাম অনুষ্ঠানত ধোনীৰ বেটখনো নিলামত উঠিছিল। কেইবালাখ লোকে অংশগ্ৰহণ কৰা এই নিলাম অনুষ্ঠানত ধোনীয়ে ছিক্স কোবোৱা বেটখনৰ সৰ্বাধিক দাম উঠিছিল ৮৩ লাখ টকা। কিন্তু শেষ পৰ্যাৰত এইবেটখনৰ দাম হয়গৈ ১০০,০০০ পাউণ্ড ভাৰতীয় টকাত ১কোটি ২২লাখ ৫৭ হাজাৰ ৬৯৮ টকা। আৰ কে গ্লৱেল শ্বেয়াৰছ এণ্ড চিকিউৰিটি লিমিটেডে ধোনীৰ বেটকন ক্ৰয় কৰিছে। ৰিবক কোম্পানীয়ে স্পনচৰ কৰা এই বেটখনে সৰ্বাদিক দামত বিক্ৰী হৈ গীনিজ বুক অৱ ৰেকৰ্ডত নাম সন্নিবিষ্ট হয়। নিলাম হোৱা বেটেৰ পোৱা টকাখিনি ধোনীৰ পত্নী সাক্ষীৰ নামেৰে থকা সাক্ষী ফাউণ্ডেছন নামৰ ট্ৰাষ্টটোক প্ৰদান কৰা হৈছে।

India vs Australia 2013: Mahendra Singh Dhoni's double century strengthens  the arguments for him to bat at number six | Cricket Country

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

ফেব্ৰুৱাৰীত ফ্ৰান্সলৈ যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

আগন্তুক ফেব্ৰুৱাৰী মাহত ফ্রান্স ভ্ৰমণলৈ যাব ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্ৰ...

অবিবাহিত লোকৰ এখন গাঁও; ৫০বছৰ পূৰ্বে হৈছিল অন্তিমখন বিয়া

বিহাৰত উপযুক্ত দৰাৰ অভাৱ বুলি প্রায়ে শুনিবলৈ পোৱা যায়।...

আৰম্ভ হ’ল AIৰ ৰাজত্ব… চলিত বর্ষত আমেৰিকাত অনেকেই হেৰুৱাব কর্মসংস্থাপন

চলিত বর্ষটোত কৃত্রিম বুদ্ধিমত্তা (AI)ৰ দপদপনি চলিব। AIৰ বাবে...

৬৫জন বিধায়কৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে ৮২৯ কোটি টকা

দিল্লীৰ বৰ্তমানৰ ৬৫জন বিধায়কৰ ৰিপ'ৰ্ট কার্ড প্রকাশ পাইছে। নির্বাচন...