শিল খাই কেনেকৈ জীয়াই থাকে মানুহ?

সমাজত এনে কিছুমান ব্যক্তি আছে, যাৰ কিছুমান স্বভাৱে মানুহক আচৰিত কৰি তোলে। ছত্তিচগড়ৰ য়োছপুৰৰ বাসিন্দা সন্তোষে সকলোকে আচৰিত কৰি তুলিছে। কাৰণ তেওঁ ১২ বছৰ ধৰি অন্য খাদ্য নোখোৱাকৈ কেৱল শিল খাইয়ে জীয়াই আছে। কেৱল সন্তোষেই নহয় এই সমাজৰ বহুলোক আছে, যিয়ে মানুহে নোখোৱা বহু খাদ্য খায়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

প্ৰায় ১০ শতাংশ কৰ্মচাৰী কৰ্তনৰ সিদ্ধান্ত উবেৰৰ: সংস্থাপন হেৰুৱাব হাজাৰ হাজাৰ লোকে

বিশ্বৰ আগশাৰীৰ ৰাইড-শ্বেয়াৰিং তথা প্ৰযুক্তি প্ৰতিষ্ঠান উবেৰে (Uber) বিশ্বজুৰি...

গৌতম গম্ভীৰ নহয়, এছিয়ান গেমছত ভাৰতীয় দলৰ দায়িত্বত VVS লক্ষ্মণ

আগন্তুক এছিয়ান গেমছ ২০২৬ত ভাৰতীয় পুৰুষ ক্ৰিকেট দলৰ মুখ্য...

আত্ম প্ৰতিৰক্ষাৰ ক্ষেত্ৰত ভাৰতৰ আন এক সফলতা। স্বদেশী গ্লাইড বোমাৰ সফল পৰীক্ষণ

আত্ম প্ৰতিৰক্ষাৰ ক্ষেত্ৰত ভাৰতৰ আন এক সফলতা। স্বদেশী গ্লাইড...