- পৰ্বতাৰোহী, প্ৰাক্তন ৰাজহ চোৰাংচোৱা বিষয়া মণিন্দ্ৰ শৰণীয়াৰ মৃত্যু
- বেংগালুৰুত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু এসময়ৰ সুদক্ষ বিষয়াজনৰ
- মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৬৪ বছৰ
- পত্নী, দুই কন্যাক এৰি থৈ গৈছে মণিন্দ্ৰ শৰণীয়াই
- হিমালয়ৰ বহু শিখৰলৈ অভিযানত অংশ লৈছিল শৰণীয়াই
- অপৰাধীৰ বিৰুদ্ধে আবকাৰী-ৰাজহ চোৰাংচোৱাৰ বহু অভিযানত অংশগ্ৰহণ
- শ্ৰেষ্ঠ ছাৰ্ভিচমেনৰূপে ২০০৭ত ৰাষ্ট্ৰপতিৰ বঁটা লাভ কৰিছিল তেওঁ
- ড্ৰাগছৰ বিৰুদ্ধে যুঁজৰ বাবে ২০০৮ত ৰাষ্ট্ৰসংঘৰো বিশেষ বঁটা পাইছিল তেওঁ
- ২০১১ত মেঘালয় চৰকাৰৰ বিশেষ বঁটা পাইছিল প্ৰাক্তন বিষয়াজনে
- ২০১৯ত অতি বিশিষ্ট সেৱা মেডেলো (AVSM) লাভ কৰিছিল শৰণীয়াই
cialis and priligy Strasberg et al 48 underline that adequate blood supply to the remnant was essential to decrease the rate of fistula formation, and they recommended that the pancreatic remnant should not be mobilized more than necessary
Toxicity was mild FAC induced more alopecia, emesis, mucositis and cardiotoxicity; this last was of clinical concern, but was infrequent and manageable where to buy generic cytotec pills