গোৱালপাৰাৰ ধূপধৰাত হাহাকাৰ

গোৱালপাৰাৰ ধূপধৰাত ভোজভাত খাই অসুস্থ হৈ পৰিছে দুই শতাধিক লোক। মূলত চালানি মাছ খোৱাৰ বাবেই বিষক্ৰিয়াত আক্ৰান্ত হোৱাৰ সন্দেহ কৰা হৈছে। ইতিমধ্যে আক্ৰান্তসকলক ভৰ্তি কৰোৱা হৈছে বিভিন্ন চিকিৎসালয়ত।

চালানি মাছ খাই অসুস্থ ২০০ৰো অধিক লোক

চালানি মাছ খাই বিষক্ৰিয়াত আক্ৰান্ত

গোৱালপাৰাৰ ধূপধৰাত হাহাকাৰ

এগৰাকী বৃদ্ধাৰ মৃত্যুত আয়োজন কৰা হৈছিল আদ্যশ্ৰাদ্ধৰ

মাছ নোখোৱাসকল অসুস্থ হোৱা নাই

মাছ যোগান ধৰা ব্যৱসায়ীজনক মাতি অনা হ’ল থানালৈ

মেঘালয়ৰ বিভিন্ন চিকিৎসালয়ত চিকিৎসাধীন বহুজন

মাছ ব্যৱসায়ীজনৰ বিৰুদ্ধে ধূপধৰা থানাত এজাহাৰ

মাছৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষা কৰাৰ ব্যৱস্থা

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতৰ বাবে ‘ভাল খবৰ’! ভাৰত বিশ্বৰ আটাইতকৈ শক্তিশালী গোটৰ অংশ হ’ব…

আমেৰিকা আৰু ভাৰতৰ সম্পৰ্কত এক নতুন আৰু অতি গুৰুত্বপূৰ্ণ...

ইৰাণে ২ কোটি সৈন্য নিয়োগ কৰিছে, তৃতীয়বাৰৰ বাবে খামেনেইক আমেৰিকাৰ পৰা ৰক্ষা কৰিব পৰা বাচিজ কি?

ইৰাণৰ ৰাজপথত চলি থকা অশান্তি নিয়ন্ত্ৰণৰ বাবে আয়াতুল্লাহ আলী...

আপুনি একো নকৰাকৈ আপোনাৰ PFৰ ধনৰাশি বাঢ়ি গৈ থাকিব… মাথোঁ এই ভুল নকৰিব…

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে চাকৰিৰ অনিশ্চয়তা নতুন কথা নহয়।...

ৰাছিয়াৰ সৈতে বন্ধুত্ব! আমেৰিকাই ২৩ বছৰত এই সাতজন বিশ্ব নেতাক নিৰ্মূল কৰিলে…

যোৱা দুটা দশকত এক আচৰিত ধৰণৰ আৰ্হিৰ উন্মেষ ঘটিছে।...