পুনৰ ভাল দিন ঘূৰি আহিবলৈ লৈছে কংগ্ৰেছৰ

এগজিট প’লৰ সমীক্ষা অনুসৰি কৰ্ণাটকত চৰকাৰ গঠনৰ দিশে কংগ্ৰেছ দল। ইপিনে বুধবাৰে প্ৰকাশ পোৱা এগজিট প’লৰ সমীক্ষাক লৈ উদ্বিগ্ন হৈ পৰিছে বিজেপি। বিপৰীতে উৎফুল্লিত হৈছে কংগ্ৰেছ শিবিৰ। অহা ১৩ মে’ত আনুষ্ঠানিকভাৱে প্ৰকাশ পাব কৰ্ণাটকৰ নিৰ্বাচনী ফলাফল।

কৰ্ণাটকত নচলিব নেকি মোদী-হিমন্তৰ যাদু?

এগজিট প’লক লৈ উদ্বিগ্ন বিজেপি

অসমত কৰ্ণাটকৰ কথা নকয় মুখ্যমন্ত্ৰীয়ে

এগজিট প’লৰ ফলাফলক লৈ উৎফুল্লিত কংগ্ৰেছ

আজমলৰ মতে ‘দ্য কেৰালা ষ্ট’ৰী’য়ে কাম নিদিলে কৰ্ণাটকত

কৰ্ণাটকত এইবাৰ নুফুলিব পদুম

কৰ্ণাটকত গঠন হ’ব কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰ

কৰ্ণাটকৰ কথা কৰ্ণাটকত থাকিব, মই অসমত আছোঁ

নিৰ্বাচনত জয়-পৰাজয় থাকেই

১৩ মে’ত কংগ্ৰেছে দেশজুৰি পালন কৰিব BJPৰ EXIT যাত্ৰা

‘দ্য কেৰালা ষ্ট’ৰী’য়ে কৰ্ণাটকত বচাব নোৱাৰিলে বিজেপিক

পুনৰ ভাল দিন ঘূৰি আহিবলৈ লৈছে কংগ্ৰেছৰ

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

তালিবানৰ হাতত ভাৰতীয় INSAS 1B1 ৰাইফল? সামাজিক মাধ্যমত চৰ্চা অব্যাহত

আফগানিস্তানত তালিবানৰ হাতত ভাৰতত নিৰ্মিত INSAS 1B1 assault rifle...

এছিয়ান গেমছ ২০২৬ৰ সফল অভিযান সামৰিলে ভাৰতে। জিলিকিল উত্তৰ-পূৰ্বাঞ্চলৰ ‘ছুপাৰগাৰ্ল’সকল

গৌৰৱ, সাহস আৰু সাফল্যৰে এছিয়ান গেমছ ২০২৬ৰ অভিযান সামৰিলে...

পৰ্তুগালৰ ৰাষ্ট্ৰীয় দলৰ শিবিৰ এৰিলে ৰোনাল্ডোৱে, ফুটবলৰ আইকনিক ৭ নম্বৰ জাৰ্চিৰ ভৱিষ্যৎ সংকটত?

পৰ্তুগালৰ ৰাষ্ট্ৰীয় দলৰ শিবিৰ হঠাতে এৰি যোৱাক কেন্দ্ৰ কৰি...

যন্তৰ-মন্তৰত ৩ মহিলা সাংবাদিকৰ আৰক্ষীৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ

নতুন দিল্লীৰ যন্তৰ-মন্তৰত শনিবাৰে অনুষ্ঠিত প্ৰতিবাদৰ সময়ত দিল্লী আৰক্ষীৰ...