‘টাইম’ আলোচনীৰ প্ৰভাৱশালী ব্যক্তিৰ তালিকাত মোদী, মমতা

‘টাইম’ আলোচনীৰ এশজন প্ৰভাৱশালী ব্যক্তি
তালিকাত মোদী, মমতা, আদৰ পুণাৱালাৰ নাম
আমেৰিকা, চীনৰ ৰাষ্ট্ৰপতিৰ নামো তালিকাত
প্ৰভাৱশালীৰ তালিকাত মোল্লা বাৰাদৰৰ নাম

বিশ্বৰ সবাতোকৈ প্ৰভাৱশালী এশজন ব্যক্তিৰ তালিকাত অন্তৰ্ভুক্ত হৈছে তিনিজন ভাৰতীয়ৰ নাম। ‘টাইম’ আলোচনীয়ে প্ৰস্তুত কৰা বিশ্বৰ সৰ্বাধিক প্ৰভাৱশালী ব্যক্তিৰ ১০০ জনীয়া তালিকাত অন্তৰ্ভুক্ত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ লগতে ছিৰাম ইন্সটিটিউটৰ মুখ্য কাৰ্যবাহী বিষয়া আদৰ পুণাৱালা। তালিকাত অন্তৰ্ভুক্ত হৈছে তালিবানৰ নেতা মোল্লা আব্দুল গণি বাৰাদৰৰ নামো।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

নতুন প্ৰতিভাক সুযোগ দিয়াটো ৰাজস্থান ৰয়েলছৰ এক দৰ্শন : ছাংগাকাৰা

কেৱল ভাৰতৰে নহয় বিশ্ব ক্ৰিকেটৰ নৱাগতক আই পি এলৰ...

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ। ৬...

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা। শালমৰা বাইপাছত দুখন বাইকৰ মুখামুখি...

হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা কৰিছিল : প্ৰখ্যাত সমালোচক আনন্দ বৰমূদৈ

‘হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা...