টি-২০ ফৰ্মেটৰ পৰা অধিনায়কত্ব এৰিব বিৰাট কোহলীয়ে

0 12
  • T-20ৰ কেপ্টেইনৰ দায়িত্বৰ পৰা অব্যাহতি ল’ব বিৰাট কোহলীয়ে
  • T-20 বিশ্বকাপৰ পিছতে কেপ্টেইনৰ দায়িত্বৰ পৰা অব্যাহতিৰ কথা ঘোষণা
  • অৱশ্যে T-20ত খেলি যাব টীম ইণ্ডিয়াৰ কেপ্টেইনজনে
  • এদিনীয়া আৰু টেষ্টত অধিক মনযোগ দিয়াৰ বাবে এই সিদ্ধান্ত
  • অক্টোবৰত ডুবাইত অনুষ্ঠিত হ’ব T-20 বিশ্বকাপ
  • বৰ্তমান ক্ৰিকেটৰ তিনিওটা ফৰ্মেটৰ কেপ্টেইনৰ দায়িত্বত আছে কোহলি
Leave A Reply

Your email address will not be published.