শাৰদীয় দুৰ্গোৎসৱ উপলক্ষে অসমবাসীলৈ শুভেচ্ছা মন্ত্ৰী অশোক সিংহলৰ

শাৰদীয় দুৰ্গোৎসৱ উপলক্ষে অসমবাসী ৰাইজলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে মন্ত্ৰী অশোক সিংহলে। এক শুভেচ্ছা বাৰ্তাত মন্ত্ৰীগৰাকীয়ে কয় যে দুৰ্গোৎসৱ হৈছে অন্যায়-অনীতিৰ বিৰুদ্ধে ন্যায় প্ৰতিষ্ঠা আৰু দুস্কৃতিৰ বিৰুদ্ধে সংস্কৃতিৰ বিজয়ৰ উৎসৱ। দুৰ্গতি নাশিনী দেৱী দুৰ্গাই আমাৰ সমাজৰ সকলো অসূয়া অমংগল দূৰ কৰি দেশত শান্তি-সমৃদ্ধি প্ৰতিষ্ঠা কৰক বুলি তেওঁ প্ৰাৰ্থনা জনায়। মা দুৰ্গাৰ আশীৰ্বাদত এই উছৱে আমাৰ সকলোৰে জীৱন শান্তি, সম্প্ৰীতি আৰু অফুৰন্ত আনন্দেৰে উপচাই তুলিব বুলি মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতৰ বাবে ‘ভাল খবৰ’! ভাৰত বিশ্বৰ আটাইতকৈ শক্তিশালী গোটৰ অংশ হ’ব…

আমেৰিকা আৰু ভাৰতৰ সম্পৰ্কত এক নতুন আৰু অতি গুৰুত্বপূৰ্ণ...

ইৰাণে ২ কোটি সৈন্য নিয়োগ কৰিছে, তৃতীয়বাৰৰ বাবে খামেনেইক আমেৰিকাৰ পৰা ৰক্ষা কৰিব পৰা বাচিজ কি?

ইৰাণৰ ৰাজপথত চলি থকা অশান্তি নিয়ন্ত্ৰণৰ বাবে আয়াতুল্লাহ আলী...

আপুনি একো নকৰাকৈ আপোনাৰ PFৰ ধনৰাশি বাঢ়ি গৈ থাকিব… মাথোঁ এই ভুল নকৰিব…

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে চাকৰিৰ অনিশ্চয়তা নতুন কথা নহয়।...

ৰাছিয়াৰ সৈতে বন্ধুত্ব! আমেৰিকাই ২৩ বছৰত এই সাতজন বিশ্ব নেতাক নিৰ্মূল কৰিলে…

যোৱা দুটা দশকত এক আচৰিত ধৰণৰ আৰ্হিৰ উন্মেষ ঘটিছে।...